Part-593:Template:Sub:৪৬:৯

Part-593:Template:Sub:৪৬:৯
(নবী মহম্মদক(আ:ছা:) আনসকল নবীৰ ওপৰত বিশেষ মৰ্য্যদা দিবলৈ কোনে কৈছে?)
قُلْ مَا كُنْتُ بِدْعًا مِنَ الرُّسُلِ وَمَا أَدْرِي مَا يُفْعَلُ بِي وَلَا بِكُمْ ۖ إِنْ أَتَّبِعُ إِلَّا مَا يُوحَىٰ إِلَيَّ وَمَا أَنَا إِلَّا نَذِيرٌ مُبِينٌ
কোৱা, ‘ৰাছুলসকলৰ মাজত ময়েই নতুন নহয়। মই এই কথাও নাজানো যে, মোৰ আৰু তোমালোকৰ বিষয়ে কি কৰা হ’ব। মই কেৱল মোৰ প্ৰতি যি অহী কৰা হয় সেইটোৰহে অনুসৰণ কৰো। মই এজন সুস্পষ্ট সতৰ্ককাৰী মাত্ৰ’।
⬇️
অনুগ্ৰহ কৰি ৪৬:৯ আয়াতটো তলৰ লিংকত বিচাৰি তাৰ টোকা চাওঁক:
।।।
arranged syedraf 

Comments

Popular posts from this blog

2:6-Note

2:27notesverses

Mohr/Dowry as per Quran