24:51-verse/note/ref
২৪:৫১ إِنَّمَا كَانَ قَوْلَ الْمُؤْمِنِينَ إِذَا دُعُوا إِلَى اللَّهِ وَرَسُولِهِ لِيَحْكُمَ بَيْنَهُمْ أَنْ يَقُولُوا سَمِعْنَا وَأَطَعْنَا ۚ وَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ মুমিনসকলৰ উক্তি1 হৈছে এইটো3— যেতিয়া 2তেওঁলোকৰ মাজত বিচাৰ-ফয়চালা কৰি দিয়াৰ বাবে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পিনে আহ্বান কৰা হয়, তেতিয়া তেওঁলোকে কয়, ‘আমি শুনিলো আৰু আনুগত্য কৰিলো’। তেওঁলোকেই সফলকাম4। . 24:51 (sam). The only word1 of the believers,2 when they are invited to God and His messenger, that he3 judge between them, is that they say: “We hear and we obey,” — and it is they who are the successful.4 1-Arabic: qawl — speech, teaching, doctrine, word. 2-See note to (al) 📍mu’minūn at 8:2. 3-Or He or it. See note to 24:48 above. 4-Cf. 2:5, 3:104, 7:8, 7:157, 9:88, 23:102, 24:51, 30:38, 31:5, 59:9, 64:16. . ৮:২📍 إِنَّمَا الْمُؤْمِنُونَ الَّذِينَ إِذَا ذُكِرَ اللَّهُ وَجِلَتْ قُلُوبُهُمْ وَإِذَا تُلِيَتْ عَلَيْهِمْ آيَاتُهُ زَادَتْهُمْ إِيمَانًا وَعَلَىٰ رَبِّهِمْ يَتَوَكَّلُونَ প্ৰকৃত মুমিন সিহঁতেই যিসকলৰ হৃদয় ...