Posts

Showing posts with the label 31:14-refs:মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদাচৰণৰ নিৰ্দেশ

31:14-refs:মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদাচৰণৰ নিৰ্দেশ

৩১:১৪ وَوَصَّيْنَا الْإِنْسَانَ بِوَالِدَيْهِ حَمَلَتْهُ أُمُّهُ وَهْنًا عَلَىٰ وَهْنٍ وَفِصَالُهُ فِي عَامَيْنِ أَنِ اشْكُرْ لِي وَلِوَالِدَيْكَ إِلَيَّ الْمَصِيرُ আৰু আমি মানুহক তাৰ পিতৃ-মাতৃৰ প্ৰতি সদাচৰণৰ নিৰ্দেশ দিছো। তাৰ মাকে তাক কষ্টৰ পিছত কষ্ট সহ্য কৰি গৰ্ভত ধাৰণ কৰিছে, আৰু তাৰ স্তন-পান এৰুৱাৰ সময় হৈছে দুবছৰ। এতেকে মোৰ প্ৰতি আৰু তোমাৰ পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞ হোৱা। প্ৰত্যাৱৰ্তন কেৱল মোৰ ওচৰতেই। . ✍️Verse/note/refs: 31:14. (Going further, you should consider mutual human relations. Animals do a lot  when taking care of their offspring; but when the offspring grow up they do not even  recognize their parents. Such should not be the case in human life. Therefore) Allah has  directed man regarding his parents. (They should be given loving care because) His  mother bore him (in her womb) while she herself became weaker. Then she suckled and nourished him for a period of two years (2:233; 46:15). Whereas man’s creation is  dependent on Our Law, his nourishment ...