Posts

Showing posts with the label ref14:49

ref14:49

ref14:49 . 37:22, 81:7, 25:13, 38:37-38 ৩৭:২২ ۞ احْشُرُوا الَّذِينَ ظَلَمُوا وَأَزْوَاجَهُمْ وَمَا كَانُوا يَعْبُدُونَ (ফিৰিস্তাসকলক কোৱা হ’ব) ‘একত্ৰিত কৰা যালিমসকলক আৰু সিহঁতৰ সঙ্গী-সাৰথিসকলক আৰু সেইবোৰকো যিবোৰৰ সিহঁতে ইবাদত কৰিছিল, . ৮১:৭ وَإِذَا النُّفُوسُ زُوِّجَتْ আৰু যেতিয়া আত্মাসমূহক (সমগোত্ৰীয়সকলৰ লগত) মিলিত কৰা হ’ব, . ২৫:১৩ وَإِذَا أُلْقُوا مِنْهَا مَكَانًا ضَيِّقًا مُقَرَّنِينَ دَعَوْا هُنَالِكَ ثُبُورًا আৰু যেতিয়া সিহঁতক ডিঙিত হাত মেৰিয়াই শৃংখলিত অৱস্থাত তাৰ (জাহান্নামৰ) কোনো সংকীৰ্ণ স্থানত নিক্ষেপ কৰা হ’ব, তেতিয়া সিহঁতে তাত ধ্বংস কামনা কৰিব। . ৩৮:৩৭-৩৮ وَالشَّيَاطِينَ كُلَّ بَنَّاءٍ وَغَوَّاصٍ আৰু (অধীন কৰি দিছিলো) প্ৰত্যেক অট্টালিকা নিৰ্মাণকাৰী আৰু ডুবাৰু ছয়তানবোৰকো, ৩৮:৩৮ وَآخَرِينَ مُقَرَّنِينَ فِي الْأَصْفَادِ শিকলিত আৱদ্ধ আৰু বহুতকে। ..... compiled.raf......