Posts

Showing posts with the label War and Peace

War and Peace

ইছলাম মানে শান্তি আৰু হাৰ্ব(২:২৭৯) মানে যুদ্ধ। War and Peace দুটা বিপৰীত মুখি শব্দ। গতিকে ইছলামে কাৰো লগত যুদ্ধ নকৰে, কিন্তু কোনোৱে আক্ৰমণ কৰিলে বা তাৰ সম্ভাৱনা থাকিলে তাৰ প্ৰতিৰক্ষাৰ সকলো সতৰ্কতা অৱলম্বন কৰে। তলৰ আয়াত দুটা মন কৰিব(Part-60)। কোৰআনত দুই ধৰণৰ যুদ্ধৰ কথা আছে। (১) এবিধ আল্লাহ আৰু তেওঁৰ ৰছুলে মুনাফিকৰ(ইমান আনি যি তাক ভংগ কৰে-৬৩:৭) বিৰুদ্ধে কৰা যুদ্ধ (২:২৭৮-২৭৯)। (২) আনবিধ টকা পইচাৰ সমতাৰ/প্ৰভুত্বৰ বাবে যাৰ দ্বাৰা মুমিনক ভাগ ভাগ কৰাৰ বাবে। জেৰুজালেমৰ মছজিদটোৱেই ইয়াৰ উদাহৰণ(৯:১০৭-১০৮)। মুঠৰ ওপৰত মুনাফিক আৰু ইহুদীয়েই যুদ্ধ লগায়।।              ⬇️See TWOCAUSEOFWAR.MS 🌈৩:১২১ وَإِذْ غَدَوْتَ مِنْ أَهْلِكَ تُبَوِّئُ الْمُؤْمِنِينَ مَقَاعِدَ لِلْقِتَالِ ۗ وَاللَّهُ سَمِيعٌ عَلِيمٌ আৰু স্মৰণ কৰা, যেতিয়া তুমি পুৱাৰ ভাগত নিজৰ পৰিয়ালৰ পৰা ওলাই গৈ যুদ্ধৰ বাবে মুমিনসকলক 👉ৰণক্ষেত্ৰত বিন্যস্ত কৰিছিলা; আৰু আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ। [3:121] Also (Wa) when (Iz') you departed (Gadaw'ta) from (Min') your family (s) (Ah'li-ka) 👉to assign (Tubaww...