Posts

Showing posts with the label 27:51-verse/note/refs

27:51-verse/note/refs

27:51-verse/note/refs: 27:51 Then see the consequences of their plotting. We (Our law) annihilated them (the corrupt leaders) and their people, all of them.(sa). Note. The excuse of the masses that their leaders had led them astray would be of no avail.  14: 21-22, 34:31, 37:25 তেওঁলোকৰ নেতাই তেওঁলোকক বিপথে পৰিচালিত কৰিছে বুলি জনসাধাৰণৰ অজুহাতটোৱে কোনো কামত নাহিব। (১৪:২১ وَبَرَزُوا لِلَّهِ جَمِيعًا فَقَالَ الضُّعَفَاءُ لِلَّذِينَ اسْتَكْبَرُوا إِنَّا كُنَّا لَكُمْ تَبَعًا فَهَلْ أَنْتُمْ مُغْنُونَ عَنَّا مِنْ عَذَابِ اللَّهِ مِنْ شَيْءٍ ۚ قَالُوا لَوْ هَدَانَا اللَّهُ لَهَدَيْنَاكُمْ ۖ سَوَاءٌ عَلَيْنَا أَجَزِعْنَا أَمْ صَبَرْنَا مَا لَنَا مِنْ مَحِيصٍ আৰু সিহঁত সকলোৱে আল্লাহৰ ওচৰত প্ৰকাশিত হ’ব। তেতিয়া দুৰ্বলসকলে যিসকলে অহংকাৰ কৰিছিল সিহঁতক ক’ব, ‘আমি তোমালোকৰ অনুসাৰী আছিলো, এতিয়া তোমালোকে আল্লাহৰ শাস্তিৰ পৰা আমাক অলপ ৰক্ষা কৰিব পাৰিবানে’? সিহঁতে ক’ব, ‘আল্লাহে যদি আমাক সৎপথত পৰিচালিত কৰিলেহেঁতেন তেন্তে আমিও তোমালোকক সৎপথত পৰিচালিত কৰিলোহেঁতেন। এতিয়া আমি ধৈৰ্যচ্যুত হওঁ অথবা ধৈৰ্যশীল-...