Posts

Showing posts with the label ২:১৮৬-হাদীছে কুদছীত বুখাৰিৰ গাজা

২:১৮৬-হাদীছে কুদছীত বুখাৰিৰ গাজা

২:১৮৬-হাদীছে কুদছীত🩸 বুখাৰিৰ গাজা ।।। ২:১৮৬ وَإِذَا سَأَلَكَ عِبَادِي عَنِّي فَإِنِّي قَرِيبٌ ۖ أُجِيبُ دَعْوَةَ الدَّاعِ إِذَا دَعَانِ ۖ فَلْيَسْتَجِيبُوا لِي وَلْيُؤْمِنُوا بِي لَعَلَّهُمْ يَرْشُدُونَ আৰু মোৰ বান্দাই যেতিয়া মোৰ বিষয়ে তোমাক সোধে, (তেতিয়া তুমি কৈ দিয়া) নিশ্চয় মই অতি ওচৰত। মই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা কবুল কৰো, যেতিয়া সি প্ৰাৰ্থনা কৰে। এতেকে সিহঁতেও যেন মোৰ আহ্বানত সঁহাৰি দিয়ে আৰু মোৰ প্ৰতি ঈমান আনে[১], যাতে সিহঁতে সঠিক পথত পৰিচালিত হ’ব পাৰে। ১. অৰ্থাৎ আল্লাহে নিৰ্দেশ কৰা ফৰজ ওৱাজীবসমূহ যেন পালন কৰে। হাদীছে কুদছীত🩸 আহিছে, আল্লাহ তাআলাই কৈছে, যি ব্যক্তিয়ে মোৰ কোনো অলীৰ লগত শত্ৰুতা পোষণ কৰিব, মই তাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছো। মোৰ বান্দাই যিবোৰ ইবাদতৰ দ্বাৰাই মোৰ নৈকট্য অৰ্জন কৰে সেইবোৰৰ মাজত ফৰজ ইবাদতবোৰেই মোৰ ওচৰত আটাইতকৈ প্ৰিয়। (ইয়াৰ বাহিৰে) মোৰ বান্দাই সদায় নফল ‘ইবাদাত কৰি মোৰ ইমান নৈকট্য লাভ কৰে যে, অৱশেষত মই তাক মোৰ প্ৰিয়পাত্ৰ বনাই লওঁ, এতেকে মই তাৰ কাণ হৈ যাওঁ, যাৰ দ্বাৰা সি শুনে। মই তাৰ চকু হৈ যাওঁ, যাৰ দ্বাৰা সি দেখে। মই তাৰ হাত হৈ যাওঁ, যাৰ দ্বাৰা সি ধৰে। মই তা...