Posts

Showing posts with the label 17:60(ref.(81:19-25)

17:60(ref.(81:19-25)

17:60(ref.(81:19-25)* ৮১:১৯ إِنَّهُ لَقَوْلُ رَسُولٍ كَرِيمٍ নিশ্চয় এই কোৰআন সন্মানিত ৰাছুলে লৈ অহা বাণী। ৮১:২০ ذِي قُوَّةٍ عِنْدَ ذِي الْعَرْشِ مَكِينٍ যিজন শক্তিশালী, আৰশ্বৰ মালিকৰ ওচৰত মৰ্যাদাসম্পন্ন, ৮১:২১ مُطَاعٍ ثَمَّ أَمِينٍ মান্যবৰ, তাত তেওঁ বিশ্বস্ত। ৮১:২২ وَمَا صَاحِبُكُمْ بِمَجْنُونٍ আৰু তোমালোকৰ সঙ্গী উন্মাদ নহয়, ৮১:২৩ وَلَقَدْ رَآهُ بِالْأُفُقِ الْمُبِينِ আৰু তেওঁ তেওঁক স্পষ্ট দিগন্তত দেখিছে, ৮১:২৪ وَمَا هُوَ عَلَى الْغَيْبِ بِضَنِينٍ আৰু তেওঁ গায়েবী বিষয় সম্পৰ্কে কৃপণালিও নকৰে। ৮১:২৫ وَمَا هُوَ بِقَوْلِ شَيْطَانٍ رَجِيمٍ আৰু এয়া কোনো অভিশপ্ত চয়তানৰো বাক্য নহয়। ......nnn.....