18:21-Verse/Notes of Asad & Sabbir.
18:21-Verse/Notes of Asad & Sabbir. ১৮:২১ وَكَذَٰلِكَ أَعْثَرْنَا عَلَيْهِمْ لِيَعْلَمُوا أَنَّ وَعْدَ اللَّهِ حَقٌّ وَأَنَّ السَّاعَةَ لَا رَيْبَ فِيهَا إِذْ يَتَنَازَعُونَ بَيْنَهُمْ أَمْرَهُمْ ۖ فَقَالُوا ابْنُوا عَلَيْهِمْ بُنْيَانًا ۖ رَبُّهُمْ أَعْلَمُ بِهِمْ ۚ قَالَ الَّذِينَ غَلَبُوا عَلَىٰ أَمْرِهِمْ لَنَتَّخِذَنَّ عَلَيْهِمْ مَسْجِدًا আৰু এইদৰে🟩 আমি মানুহক সিহঁতৰ বিষয়ে জনাই দিলো🟦 যাতে সিহঁতে জানে যে, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য আৰু নিশ্চয় কিয়ামতত কোনো সন্দেহ নাই। যেতিয়া সিহঁতে (নগৰবাসীয়ে) সিহঁতৰ কৰ্তব্যৰ বিষয়ে নিজৰ মাজতে বিতৰ্ক কৰিছিল🟥 তেতিয়া সিহঁতৰ কিছুমানে ক’লে, ‘সিহঁতৰ ওপৰত সৌধ নিৰ্মাণ কৰা’🟪। সিহঁতৰ প্ৰতিপালকেই সিহঁতৰ বিষয়ে ভালদৰে জানে। সিহঁতৰ কৰ্তব্যৰ বিষয়ে যিসকলৰ মত প্ৰবল হৈছিল সিহঁতে ক’লে, ‘নিশ্চয় আমি সিহঁতৰ ওপৰত মছজিদ নিৰ্মাণ কৰিম’। ।।। 18:21 AND IN THIS way🟩 have We drawn [people's] attention to their story,🟦 so that they might know - whenever they debate among themselves as to what happened to those [Men of the Cave]🟥 that God's promise [of resurrecti...