Posts

Showing posts with the label 67:3-Verse/notes

67:3-Verse/notes

67:3-Verse/notes ৬৭:৩ الَّذِي خَلَقَ سَبْعَ سَمَاوَاتٍ طِبَاقًا ۖ مَا تَرَىٰ فِي خَلْقِ الرَّحْمَٰنِ مِنْ تَفَاوُتٍ ۖ فَارْجِعِ الْبَصَرَ هَلْ تَرَىٰ مِنْ فُطُورٍ যিজনে সাতখন আকাশ স্তৰে স্তৰে সৃষ্টি কৰিছে🔺1। ৰহমানৰ সৃষ্টিত তুমি কোনো ত্ৰুটি দেখিবলৈ নাপাবা🔺2; তুমি আকৌ ঘূৰি চোৱা, কোনো ত্ৰুটি দেখিবলৈ পাইছানে🔺3? (67:3) Who created the seven heavens one upon another.6 You will see no incongruity in the Merciful One's creation.7 Turn your vision again, can you see any flaw?8 🔺1. For explanation, see(2:34 of Surah Al-Baqarah); ( 13:2 of Surah Ar-Raad); (15:8 of Surah Al-Hijr); (37:5 of Surah As-Saaffat);  (২:৩৪ وَإِذْ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ أَبَىٰ وَاسْتَكْبَرَ وَكَانَ مِنَ الْكَافِرِينَ আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক ক’লো, তোমালোকে আদমক ছাজদা কৰা । তেতিয়া ইবলিছৰ বাহিৰে সকলোৱে ছাজদা কৰিলে। সি অস্বীকাৰ কৰিলে আৰু অহংকাৰ কৰিলে । আৰু সি কাফিৰসকলৰ অন্তৰ্ভুক্ত হ’ল। . ১৩:২ اللَّهُ الَّذِي رَفَعَ السَّمَاوَاتِ بِغَيْرِ عَمَدٍ تَرَوْنَهَا ۖ...