Posts

Showing posts with the label "কোনে সিহঁতক সৎপথৰ পৰা আঁতৰত ৰাখিছে"

13:33:verse/note/ref("Nafs","Name them(বহু অংশীদাৰ)", "intercessors", "কোনে সিহঁতক সৎপথৰ পৰা আঁতৰত ৰাখিছে"

13:33:verse/note/ref("Nafs","Name them(বহু অংশীদাৰ)", "intercessors", "কোনে সিহঁতক সৎপথৰ পৰা আঁতৰত ৰাখিছে" 🅾️১৩:৩৩ أَفَمَنْ هُوَ قَائِمٌ عَلَىٰ كُلِّ (🔖1)نَفْسٍ بِمَا كَسَبَتْ ۗ وَجَعَلُوا لِلَّهِ شُرَكَاءَ قُلْ سَمُّوهُمْ ۚ أَمْ تُنَبِّئُونَهُ بِمَا لَا يَعْلَمُ فِي الْأَرْضِ أَمْ بِظَاهِرٍ مِنَ الْقَوْلِ ۗ بَلْ زُيِّنَ لِلَّذِينَ كَفَرُوا مَكْرُهُمْ وَصُدُّوا عَنِ السَّبِيلِ ۗ وَمَنْ يُضْلِلِ اللَّهُ فَمَا لَهُ مِنْ هَادٍ তেন্তে প্ৰত্যেক মানুহে যি কৰে সেইবোৰৰ যিজন পৰ্যবেক্ষক (তেওঁ ইহঁতৰ এই অক্ষম ইলাহবোৰৰ দৰে নেকি?) অথচ সিহঁতে আল্লাহৰ লগত বহু অংশীদাৰ সাব্যস্ত কৰিছে। কোৱা, ‘তোমালোকে ইহঁতৰ পৰিচয় দিয়া(🔖3)। নে তোমালোকে পৃথিৱীৰ মাজৰ এনেকুৱা কোনো সংবাদ দিব বিচৰা যিটো তেওঁ নাজানে? নে (তোমালোকে কেৱল) বাহ্যিক কথাহে কৈ আছা’? বৰং যিসকলে কুফৰী কৰিছে সিহঁতৰ ওচৰত সিহঁতৰ ছলনা শোভনীয় কৰি দিয়া হৈছে আৰু সিহঁতক সৎপথৰ পৰা আঁতৰত ৰখা হৈছে, আৰু আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ কোনো পথপ্ৰদৰ্শক নাই(🔖6)। . v/n13:33(as). 13:33 IS, THEN, HE who has every living being(🔖1)...