Posts

Showing posts with the label Note/Verse:২৩:৫১-৫২‘হে ৰাছুলসকল' বুলি ৰিছালত আগুৱাই নিয়াসকলক কৈছে।

Note/Verse:২৩:৫১-৫২‘হে ৰাছুলসকল' বুলি ৰিছালত আগুৱাই নিয়াসকলক কৈছে।

Note/Verse:২৩:৫১-৫২‘হে ৰাছুলসকল' বুলি ৰিছালত💢 আগুৱাই নিয়াসকলক কৈছে।  ।।। ২৩:৫১-৫২ يَا أَيُّهَا الرُّسُلُ كُلُوا مِنَ الطَّيِّبَاتِ وَاعْمَلُوا صَالِحًا ۖ إِنِّي بِمَا تَعْمَلُونَ عَلِيمٌ ‘হে ৰাছুলসকল🇮🇳! তোমালোকে পৱিত্ৰ বস্তুৰ পৰা খাদ্য গ্ৰহণ কৰা আৰু সৎকৰ্ম কৰা; নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আমি সবিশেষ অৱগত। ২৩:৫২ وَإِنَّ هَٰذِهِ أُمَّتُكُمْ أُمَّةً وَاحِدَةً وَأَنَا رَبُّكُمْ فَاتَّقُونِ ‘আৰু তোমালোকৰ এই উম্মত কেৱল এটাই উম্মত, আৰু ময়েই তোমালোকৰ ৰব; এতেকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা’। ।।। 23:52(sam) And this, your community,📍1 is one community, and I am your Lord; so be in prudent fear📍2 of Me. 📍1-See 21:92 . Some consider this verse a continuation of God’s address to the Messengers at 23:51. It's not for two reasons: due the obvious correlation between 23:52 and 21:92 (which itself is directed to the body of believers), and because of what directly follows (which can only describe those who came after God’s messengers). As in 21:92, the above verse is addressed ...