ref13:40
ref13:40 . (88:21-26) ৮৮:২১ فَذَكِّرْ إِنَّمَا أَنْتَ مُذَكِّرٌ এতেকে তুমি উপদেশ দিয়া, তুমিতো কেৱল এজন উপদেশদাতা, ৮৮:২২ لَسْتَ عَلَيْهِمْ بِمُصَيْطِرٍ তুমি সিহঁতৰ ওপৰত শক্তি প্ৰয়োগকাৰী নহয়। ৮৮:২৩ إِلَّا مَنْ تَوَلَّىٰ وَكَفَرَ কিন্তু কোনোবাই মুখ ঘূৰাই ল’লে অথবা কুফৰী কৰিলে, ৮৮:২৪ فَيُعَذِّبُهُ اللَّهُ الْعَذَابَ الْأَكْبَرَ তেন্তে আল্লাহে তাক মহাশাস্তি প্ৰদান কৰিব। ৮৮:২৫ إِنَّ إِلَيْنَا إِيَابَهُمْ নিশ্চয় আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন। ৮৮:২৬ ثُمَّ إِنَّ عَلَيْنَا حِسَابَهُمْ আৰু সিহঁতৰ হিচাপ-নিকাচ আমাৰেই দায়িত্ব। ... compiled...syedraf...