Posts

Showing posts with the label বিভিন্ন নবীৰ চাহাবীসকল কেনে আছিলঃ কোৰআনে কি ক‌য়?

বিভিন্ন নবীৰ চাহাবীসকল কেনে আছিলঃ কোৰআনে কি ক‌য়?

বিভিন্ন নবীৰ চাহাবীসকল কেনে আছিলঃ কোৰআনে কি ক‌য়? ।।। ∆কোন এই অযোগ্য বংশধৰসকলে চালাত বিনষ্ট কৰিলে? চালাত মানে কি? ∆ৰাছুলসকল পৰৱৰ্তীসকল কোন, চাহাবাসকল নহয়নে? (এই খণ্ডৰ ভিডিঅ' চাওঁক) ।।। ১৯:৫৯ ۞ فَخَلَفَ مِنْ بَعْدِهِمْ خَلْفٌ أَضَاعُوا الصَّلَاةَ وَاتَّبَعُوا الشَّهَوَاتِ ۖ فَسَوْفَ يَلْقَوْنَ غَيًّا তেওঁলোকৰ পিছত আহিল অযোগ্য বংশধৰ, যিসকলে চালাত বিনষ্ট* কৰিলে আৰু কুপ্ৰবৃত্তিৰ অনুসৰণ কৰিলে। সেয়ে অচিৰেই সিহঁতে ক্ষতিগ্ৰস্ততাৰ সন্মুখীন হ’ব। . টোকা: কোন অযোগ্য বংশধৰসকলে চালাত বিনষ্ট কৰিলে? চালাত মানে কি? প্ৰসঙ্গ: ২:২৫২-২৫৩, ৭:১৭৫-১৭৭ ২:২৫২ تِلْكَ آيَاتُ اللَّهِ نَتْلُوهَا عَلَيْكَ بِالْحَقِّ ۚ وَإِنَّكَ لَمِنَ الْمُرْسَلِينَ এইবোৰ আল্লাহৰ আয়াত, যিটো আমি তোমাৰ ওপৰত যথাযথভাৱে তিলাৱত কৰো; আৰু নিশ্চয় তুমি ৰাছুলসকলৰ অন্তৰ্ভুক্ত। ২:২৫৩ ۞ تِلْكَ الرُّسُلُ فَضَّلْنَا بَعْضَهُمْ عَلَىٰ بَعْضٍ ۘ مِنْهُمْ مَنْ كَلَّمَ اللَّهُ ۖ وَرَفَعَ بَعْضَهُمْ دَرَجَاتٍ ۚ وَآتَيْنَا عِيسَى ابْنَ مَرْيَمَ الْبَيِّنَاتِ وَأَيَّدْنَاهُ بِرُوحِ الْقُدُسِ ۗ وَلَوْ شَاءَ اللَّهُ مَا اقْتَتَلَ الَّذِينَ مِنْ بَعْدِهِ...