2:41 Notes
২:৪১🔴 وَآمِنُوا بِمَا أَنْزَلْتُ مُصَدِّقًا لِمَا مَعَكُمْ وَلَا تَكُونُوا أَوَّلَ كَافِرٍ بِهِ ۖ وَلَا تَشْتَرُوا بِآيَاتِي ثَمَنًا قَلِيلًا وَإِيَّايَ فَاتَّقُونِ আৰু মই যি অৱতীৰ্ণ কৰিছো তোমালোকে তাৰ প্ৰতি ঈমান আনা। এইটো তোমালোকৰ ওচৰত যি আছে তাৰ সত্যতা প্ৰমাণকাৰী। আৰু তোমালোকেই ইয়াৰ প্ৰথম অস্বীকাৰকাৰী নহ’বা আৰু তোমালোকে মোৰ আয়াতসমূহ সামান্য মূল্যত বিক্ৰী নকৰিবা । আৰু তোমালোকে কেৱল মোকেই ভয় কৰা। . 2:41 And grace yourselves with belief in what I have revealed now confirming (the truth) in what you already have. Be not the first among those who will conceal the truth therein, and trade not My revelations for petty gains. Rather, be mindful of Me. Note ‘Confirming the truth in’ 2:101 . Petty gains = The false dogma of being the ‘chosen ones’ which is consistently rejected by the Qur’an. The only criterion of honor in the Sight of God is character 2:80 , 10:69 , 29:23 , 49:13 . Kufr = Opposing the truth = Denying the truth = Concealing the t...