2:48-Verse/note/link:
🔴২:৪৮ وَاتَّقُوا يَوْمًا لَا تَجْزِي نَفْسٌ عَنْ نَفْسٍ شَيْئًا وَلَا يُقْبَلُ مِنْهَا شَفَاعَةٌ وَلَا يُؤْخَذُ مِنْهَا عَدْلٌ وَلَا هُمْ يُنْصَرُونَ আৰু তোমালোকে সেইদিনটোক ভয় কৰা যিদিনা কোনোৱেই কাৰো কামত নাহিব । আৰু কাৰো ছুপাৰিছ গ্ৰহণ কৰা নহ’ব লগতে কাৰো পৰা কোনো বিনিময় লোৱাও নহ’ব, আৰু সিহঁত সহায়প্ৰাপ্তও নহ’ব। . 2:48 And beware of the Day (when all actions will encounter absolute justice, and contrary to your thinking), no person will avail another in the least. And neither intercession will be accepted, nor shall compensation be taken from anyone. And they will not be helped. (6:164) ৬:১৬৪ قُلْ أَغَيْرَ اللَّهِ أَبْغِي رَبًّا وَهُوَ رَبُّ كُلِّ شَيْءٍ ۚ وَلَا تَكْسِبُ كُلُّ نَفْسٍ إِلَّا عَلَيْهَا ۚ وَلَا تَزِرُ وَازِرَةٌ وِزْرَ أُخْرَىٰ ۚ ثُمَّ إِلَىٰ رَبِّكُمْ مَرْجِعُكُمْ فَيُنَبِّئُكُمْ بِمَا كُنْتُمْ فِيهِ تَخْتَلِفُونَ কোৱা, ‘মই আল্লাহৰ বাহিৰে আন কোনো ৰব অনুসন্ধান কৰিম নেকি? অথচ তেৱেঁই সকলো বস্তুৰ ৰব’। প্ৰত্যেকেই নিজ নিজ কৃতকৰ্মৰ বাবে দায়ী আৰু কোনোৱেই আনৰ বোজা বহন নকৰিব। ত...