Posts

Showing posts with the label 41:14(আল্লাহে যদি ফিৰিস্তা অৱতীৰ্ণ কৰিলেহেঁতেন)

41:14(আল্লাহে যদি ফিৰিস্তা অৱতীৰ্ণ কৰিলেহেঁতেন)

41:14(আল্লাহে যদি ফিৰিস্তা অৱতীৰ্ণ কৰিলেহেঁতেন) ।।। ৪১:১৪ إِذْ جَاءَتْهُمُ الرُّسُلُ مِنْ بَيْنِ أَيْدِيهِمْ وَمِنْ خَلْفِهِمْ أَلَّا تَعْبُدُوا إِلَّا اللَّهَ ۖ قَالُوا لَوْ شَاءَ رَبُّنَا لَأَنْزَلَ مَلَائِكَةً فَإِنَّا بِمَا أُرْسِلْتُمْ بِهِ كَافِرُونَ যেতিয়া সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে সন্মুখৰ পৰা আৰু পিছফালৰ পৰা আহি কৈছিল যে, ‘তোমালোকে একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা’। সিহঁতে কৈছিল, ‘যদি আমাৰ প্ৰতিপালকে ইচ্ছা কৰিলেহেঁতেন তেন্তে অৱশ্যে তেওঁ ফিৰিস্তা অৱতীৰ্ণ কৰিলেহেঁতেন। এতেকে তোমালোকে যিটো লৈ প্ৰেৰিত হৈছা সেয়া আমি অস্বীকাৰ কৰো’। . 41:14 Lo! There came unto them [God's] apostles, speaking of what lay open before them and what was [still] beyond their ken,19 [and calling unto them,] “Worship none but God!" They answered: “If our Sustainer had willed [us to believe in what you say], He would have sent down angels [as His message-bearers].20 As it is, behold, we deny that there is any truth in what you [claim to] have been sent with!" Note 19 Lit., "fro...