Posts

Showing posts with the label 45:17-Explaination-এই উম্মত কেৱল এটাই উম্মত আছিল।

45:17-Explaination(এই উম্মত কেৱল এটাই উম্মত আছিল। অহী অহাৰ পাছত মনোমালিন্যহৈ ভাগ হ'ল)

45:17-Explaination(এই উম্মত কেৱল এটাই উম্মত আছিল। অহী অহাৰ পাছত মনোমালিন্যহৈ ভাগ হ'ল) ৪৫:১৭ وَآتَيْنَاهُمْ بَيِّنَاتٍ مِنَ الْأَمْرِ ۖ فَمَا اخْتَلَفُوا إِلَّا مِنْ بَعْدِ مَا جَاءَهُمُ الْعِلْمُ بَغْيًا بَيْنَهُمْ ۚ إِنَّ رَبَّكَ يَقْضِي بَيْنَهُمْ يَوْمَ الْقِيَامَةِ فِيمَا كَانُوا فِيهِ يَخْتَلِفُونَ আৰু আমি সিহঁতক দ্বীনৰ যাৱতীয় বিষয়ত সুস্পষ্ট প্ৰমাণাদি দান কৰিছিলো। তথাপিও সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো সিহঁতে কেৱল পৰস্পৰে বিদ্বেষবশতঃ মতবিৰোধ কৰিছিল। সিহঁতে যিবোৰ বিষয়ত মতবিৰোধ কৰিছিল, নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সিহঁতৰ মাজত সেইবোৰ বিষয়ৰ ফয়চালা কৰি দিব। ।।। 45:17 And We gave them clear indications of the purpose [of faith];💈1 and it was only after all this knowledge had been vouchsafed to them that they began, out of mutual jealousy, to hold divergent views:💈2 [but,] verily, thy Sustainer will judge be­tween them on Resurrection Day regarding all whereon they were wont to differ.💈3(as). Note-1 This, is the meaning of the phrase min al-amr in the above context, although ...