Nazzala the Revealation And Wahi the Inspiration:
Nazzala the Revealation And Wahi the Inspiration: . ৱহী আৰু অৱতীৰ্ণ(Wahi and Revealation(نَزَّلْنَا)) একে নহয়। ।।। 🅰️Nazzala=Root: Nun-Zay-Lam Meaning:to descend, come down, go down, anzala - to send down, etc. . কোৰআন অৱতীৰ্ণ(Revealation) হৈছে আৰু ই সংৰক্ষিত-১৫:৯। অৰ্থাৎ ওপৰৰ পৰা যি নামি আহে সেয়াই অৱতীৰ্ণ। বৰষুণ নামি আহে গতিকে বৰষুণ অৱতীৰ্ণ হয় মানে বৰ্ষিত হয়-১৫:২৩। (১৫:৯ إِنَّا نَحْنُ نَزَّلْنَا➡️ الذِّكْرَ وَإِنَّا لَهُ لَحَافِظُونَ নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছো আৰু নিশ্চয় আমিয়েই ইয়াৰ সংৰক্ষক। . ১৫:২২ وَأَرْسَلْنَا الرِّيَاحَ لَوَاقِحَ فَأَنْزَلْنَا➡️ مِنَ السَّمَاءِ مَاءً فَأَسْقَيْنَاكُمُوهُ وَمَا أَنْتُمْ لَهُ بِخَازِنِينَ আৰু আমিয়েই উৰ্বৰ বায়ু প্ৰেৰণ কৰো, তাৰ পিছত আকাশৰ পৰা পানী ➡️বৰ্ষণ কৰো, সেয়া তোমালোকক পান কৰিবলৈ দিওঁ; অথচ তোমালোক নিজে সেয়া ভাণ্ডাৰত সঞ্চয়কাৰী নহয়।) ।।। 🅱️Wahi the Inspiration: ৱহী বিভিন্ন প্ৰকাৰে হ'ব পাৰে। কোৰআনৰ বাহিৰৰবোৰ সংৰক্ষিত নহয়। আনকি চয়তানেও ৱহী কৰে-৬:১২১। ৬:১২১ وَلَا تَأْكُلُوا مِمَّا لَمْ يُذْكَرِ اسْمُ اللَّه...