Posts

Showing posts with the label ref10:12-সীমালংঘনকাৰী/অপচয়কাৰী(مُسْرِفُ)

ref10:12-সীমালংঘনকাৰী/অপচয়কাৰী(مُسْرِفُ)

ref10:12-সীমালংঘনকাৰী/অপচয়কাৰী(مُسْرِفُ) . ১০:১২ وَإِذَا مَسَّ الْإِنْسَانَ الضُّرُّ دَعَانَا لِجَنْبِهِ أَوْ قَاعِدًا أَوْ قَائِمًا فَلَمَّا كَشَفْنَا عَنْهُ ضُرَّهُ مَرَّ كَأَنْ لَمْ يَدْعُنَا إِلَىٰ ضُرٍّ مَسَّهُ ۚ كَذَٰلِكَ زُيِّنَ 👈لِلْمُسْرِفِينَ مَا كَانُوا يَعْمَلُونَ আৰু মানুহক যেতিয়া দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সি শুই, বহি অথবা থিয়(🦜) হৈ আমাক আহ্বান কৰে। তাৰ পিছত আমি যেতিয়া তাৰ দুখ-দৈন্য দূৰ কৰি দিওঁ, তেতিয়া সি এনেকৈ চলা-ফুৰা কৰে যে তাক আক্ৰান্ত কৰা দুখ-দৈন্যৰ পৰা পৰিত্ৰাণ কৰিবলৈ সি যেনিবা আমাক আহ্বান কৰাই নাছিল। এইদৰেই সীমালংঘনকাৰী(مُسْرِفُ) সকলৰ কৃতকৰ্ম সিহঁতৰ ওচৰত শোভনীয় কৰি দিয়া হৈছে।🐦 . 10:12 For [thus it is:] when affliction befalls man, he cries out unto Us, whether he be lying on his side or sitting or standing;(🦜) but as soon as We have freed him of his affliction, he goes on as though he had never invoked Us to save him from the affliction that befell him! Thus do their own doings seem goodly unto those who waste their own selves.🐦 Note(🦜) These three metapho...