Posts

Showing posts with the label 6:45ref

6:45ref

6:45 When nations violated human rights with their unjust systems they were uprooted (6:6, 7:129). God replaced them with people who were not like them (10:14, 11:57). You can understand that all praise in word and action belongs to the Lord of the Worlds. Note  His Rule is the Rule of law 8:53, 13:11(sa). . ৬:৬ أَلَمْ يَرَوْا كَمْ أَهْلَكْنَا مِنْ قَبْلِهِمْ مِنْ قَرْنٍ مَكَّنَّاهُمْ فِي الْأَرْضِ مَا لَمْ نُمَكِّنْ لَكُمْ وَأَرْسَلْنَا السَّمَاءَ عَلَيْهِمْ مِدْرَارًا وَجَعَلْنَا الْأَنْهَارَ تَجْرِي مِنْ تَحْتِهِمْ فَأَهْلَكْنَاهُمْ بِذُنُوبِهِمْ وَأَنْشَأْنَا مِنْ بَعْدِهِمْ قَرْنًا آخَرِينَ সিহঁতে চোৱা নাইনে যে, আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক বিনাশ কৰিছো? সিহঁতক পৃথিৱীত এনেকৈ প্ৰতিষ্ঠিত কৰিছিলো যে, তেনেকৈ প্ৰতিষ্ঠিত তোমালোককো কৰা নাই আৰু সিহঁতৰ ওপৰত ধাৰাসাৰ বৰষুণ বৰ্ষাইছিলো। আৰু সৃষ্টি কৰিছিলো নদীসমূহ যিবোৰ সিহঁতৰ তলত প্ৰবাহিত আছিল, তাৰ পিছত সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক বিনাশ কৰিছো আৰু সিহঁতৰ পিছত আন প্ৰজন্মক সৃষ্টি কৰিছো। . ৭:১২৯ قَالُوا أُوذِينَا مِنْ قَبْلِ أَنْ تَأْتِيَنَا ...