34-Quran alone [(Pt.34(2:238-242)]
34-muktabul.34(2:238-242) (QURAN EXPLAIN ITSELF-25:33) Quran.Muktabul.Assamese.Lecture: https://youtu.be/hIZuZFvI9xc . Quran.analysis.compiled.SyedRaf⬇️ . ২:২২১-২৩৭ আয়াততত যিবোৰ বিয়াবাৰু তালাক আদিৰ কথা কৈ অহা হৈছে, সেই একে ধাৰাবাহিকতাৰ (sequence) প্ৰতিফলিত ঘটিছে তলৰ ২:২৩৮-২৩৯ আয়াতত। লগতে ছালাতৰ নিৰ্দিষ্ট সময়ৰ কথাৰো ইয়াত সংযোজিত হৈছে(তলৰ Note-1ত চাওঁক)। (📍 টোকা: 📍তলৰ ২:২৩৮-২৩৯ আৰু অন্যান্য আয়াতৰ অসমীয়া অনুবাদ সচৰাচৰ পাই অহাৰ দৰে যেনেকৈ আছে তেনেকৈ ইয়াত দিয়া হৈছে। 📍২:২৩৯ আয়াতত ছালাত শব্দটো আৰবীত নাই গতিকেই তাত (x)চিন দিয়া হৈছে। 📍ইয়াৰোপৰি ২:২৩৮ত ওচটা(وُسْطَىٰ) শব্দটো আছে। তাৰ অৰ্থ ⬇️ Content, contex, root meaning of USTA: [the] middlel-wus'ṭā -الْوُسْطَى=root, و س ط ⬇⬇ Meaning: middle, midst, among, mediate/intercede between, equidistant, intermediate, occupy the middle position etc). (📍দিনৰ ভাগত ছালাত নাই....চাব পাৰে তলত🥀) ।।।। ২:২৩৮ حَافِظُوا عَلَى الصَّلَوَاتِ وَالصَّلَاةِ الْوُسْطَىٰ وَقُومُوا لِلَّهِ قَانِتِينَ তোমালোকে চালাতৰ প্ৰতি যত্নৱান হোৱা, বিশ...