Posts

Showing posts with the label 2:285(NO DISTINCTION BETWEEN ANY OF GOD'S MESSENGERS)

2:285(NO DISTINCTION BETWEEN ANY OF GOD'S MESSENGERS)

2:285(NO DISTINCTION BETWEEN ANY OF GOD'S MESSENGERS) . ২:২৮৫ آمَنَ الرَّسُولُ بِمَا أُنْزِلَ إِلَيْهِ مِنْ رَبِّهِ وَالْمُؤْمِنُونَ ۚ كُلٌّ آمَنَ بِاللَّهِ وَمَلَائِكَتِهِ وَكُتُبِهِ وَرُسُلِهِ لَا نُفَرِّقُ بَيْنَ أَحَدٍ مِنْ رُسُلِهِ ۚ وَقَالُوا سَمِعْنَا وَأَطَعْنَا ۖ غُفْرَانَكَ رَبَّنَا وَإِلَيْكَ الْمَصِيرُ ৰাছুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা যি তেওঁৰ ওচৰত অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিছে আৰু মুমিনসকলেও। প্ৰত্যেকেই ঈমান আনিছে আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ কিতাবসমূহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত। ✔️আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰো(لَا نُفَرِّقُ بَيْنَ أَحَدٍ مِنْ رُسُلِهِ); আৰু এওঁলোকে কয়, ‘আমি শুনিছো আৰু মানি লৈছো। হে আমাৰ প্ৰতিপালক! তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰো আৰু তোমাৰ ওচৰতেই প্ৰত্যাৱৰ্তনস্থল’। . It should be noted that in general the Quran refers to the 'messenger' and not Muhammad by name. This is highly significant as it is the message he conveyed that is of paramount importance, now that Muhammad the messenger is no longer here. It should b...