12:67("আদেশ(الْحُكْمُ) কেৱল মাত্ৰ আল্লাহৰেই")
12:67("আদেশ(الْحُكْمُ) কেৱল মাত্ৰ আল্লাহৰেই") ১২:৬৭ وَقَالَ يَا بَنِيَّ لَا تَدْخُلُوا مِنْ بَابٍ وَاحِدٍ وَادْخُلُوا مِنْ أَبْوَابٍ مُتَفَرِّقَةٍ ۖ وَمَا أُغْنِي عَنْكُمْ مِنَ اللَّهِ مِنْ شَيْءٍ ۖ إِنِ 📍الْحُكْمُ إِلَّا لِلَّهِ ۖ عَلَيْهِ تَوَكَّلْتُ ۖ وَعَلَيْهِ فَلْيَتَوَكَّلِ الْمُتَوَكِّلُونَ আৰু তেওঁ ক’লে, ‘হে মোৰ পুত্ৰসকল! তোমালোকে এখন দুৱাৰেৰে প্ৰৱেশ নকৰিবা, বৰং ভিন ভিন দুৱাৰেৰে প্ৰৱেশ কৰিবা। আল্লাহৰ সিদ্ধান্তৰ বিপৰীতে মই তোমালোকৰ বাবে একো কৰিব নোৱাৰো। আদেশ📍 কেৱল মাত্ৰ আল্লাহৰেই। মই তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰো, আল্লাহৰ ওপৰতেই নিৰ্ভৰকাৰীসকলে নিৰ্ভৰ কৰা উচিত’। [📍"আদেশ(الْحُكْمُ) কেৱল মাত্ৰ আল্লাহৰেই" এই হুকুমৰ অন্তৰ্গত চুন্নাতুল্লাহ, ফাতৱা আদি, যিবোৰ কোনেও সালসলনি কৰিব নোৱাৰে। ⬇️ 📍চুন্নাতুল্লাহঃ (4)- https://www.facebook.com/100003598598517/posts/2279716528824945/?app=fbl . 5)- https://www.facebook.com/100003598598517/posts/2280513265411938/?app=fbl . 6)- https://www.facebook.com/100003598598517/posts/2281326251997306/?app=fbl . 📍ফাতৱাঃ (The Q...