Posts

Showing posts with the label Verification of verse 9:84 regarding Zanaja:

Verification of verse 9:84 regarding Zanaja:

৯:৮৪ وَلَا تُصَلِّ عَلَىٰ أَحَدٍ مِنْهُمْ مَاتَ أَبَدًا وَلَا تَقُمْ عَلَىٰ قَبْرِهِ ۖ إِنَّهُمْ كَفَرُوا بِاللَّهِ وَرَسُولِهِ وَمَاتُوا وَهُمْ فَاسِقُونَ আৰু সিহঁতৰ মাজত কাৰোবাৰ মৃত্যু হ’লে তুমি কেতিয়াও তাৰ বাবে জানাযাৰ চালাত নপঢ়িবা আৰু তাৰ কবৰৰ ওচৰতো থিয় নহ’বা; নিশ্চয় সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছিল আৰু ফাছিক্ব অৱস্থাত সিহঁতৰ মৃত্যু হৈছে। 👇👇 [9:84] And (Wa) do not (Laa) ever (Abadan) reach out to (9:103) (Tusolli Ålaa) anyone (Ahadin) who is dying (Maata) among them (Min'hum), nor (Walaa) shall you stand by (Taqum Ålaa) his grave (Qab'ri-hi). Indeed,  they (Innahum) disbelieved (Kafaru') in GOD (Billahi) and (Wa) HIS messenger (Rasuuli-hi) and (Wa) died  (Maatu') while (Wa) they (Hum') were immoral (Faasiquun).9:80. . ৯:১০৩ خُذْ مِنْ أَمْوَالِهِمْ صَدَقَةً تُطَهِّرُهُمْ وَتُزَكِّيهِمْ بِهَا وَصَلِّ عَلَيْهِمْ ۖ إِنَّ صَلَاتَكَ سَكَنٌ لَهُمْ ۗ وَاللَّهُ سَمِيعٌ عَلِيمٌ তুমি সিহঁতৰ সম্পদৰ পৰা চাদাক্বা গ্ৰহণ কৰা। ইয়াৰ দ্বাৰা তুমি সিহঁতক পৱিত্ৰ কৰিব...