Posts

Showing posts with the label Note/ref10:37(আগৰ কিতাপৰ বিকৃত/কুফৰী/অঙ্গীকাৰ-ভঙ্গ/অৰ্থ-বিকৃত/পণ্ডিতক-ৰব-গ্ৰহন কৰণ)

Note/ref10:37(আগৰ কিতাপৰ বিকৃত/কুফৰী/অঙ্গীকাৰ-ভঙ্গ/অৰ্থ-বিকৃত/পণ্ডিতক-ৰব-গ্ৰহন কৰণ)

10:37(কোৰআনৰ আগত যি অৱতীৰ্ণ হৈছে তাৰ সত্যতা সাব্যস্তকাৰী আৰু আল-কিতাবৰ বিশদ ব্যাখ্যাই কোৰআন।-Note) ।।। Note/ref10:37(আগৰ কিতাপৰ বিকৃত/কুফৰী/অঙ্গীকাৰ-ভঙ্গ/অৰ্থ-বিকৃত/পণ্ডিতক-ৰব-গ্ৰহন কৰণ) ।।। While it confirms the surviving truth in the previous revelations, it is a Watcher over them and ignores and, where necessary, corrects the human touch in them. 2:75, 2:78, 2:101, 3:70, 3:78, 3:186,  5:13, 5:41, 6:91, 9:31(sa). . ২:৭৫ ۞ أَفَتَطْمَعُونَ أَنْ يُؤْمِنُوا لَكُمْ وَقَدْ كَانَ فَرِيقٌ مِنْهُمْ يَسْمَعُونَ كَلَامَ اللَّهِ ثُمَّ يُحَرِّفُونَهُ مِنْ بَعْدِ مَا عَقَلُوهُ وَهُمْ يَعْلَمُونَ তোমালোকে এই আশা কৰিছা নেকি যে, সিহঁতে তোমালোকৰ কথাত ঈমান আনিব? অথচ সিহঁতৰ এটা দলে আল্লাহৰ বাণী শ্ৰৱণ কৰে, তাৰ পিছত সিহঁতে সেইটো অনুধাবন কৰাৰ পিছত জানি বুজি বিকৃত কৰে । . ২:৭৮ وَمِنْهُمْ أُمِّيُّونَ لَا يَعْلَمُونَ الْكِتَابَ إِلَّا أَمَانِيَّ وَإِنْ هُمْ إِلَّا يَظُنُّونَ আৰু সিহঁতৰ মাজত এনেকুৱা কিছুমান নিৰক্ষৰ মানুহো আছে যিসকলে মিছা আশাৰ  বাহিৰে কিতাব সম্পৰ্কে একোৱেই নাজানে, সিহঁতে কেৱল অমূলক ধাৰ...