Posts

Showing posts with the label 23:01-11: Verses/Notes

23:01-11: Verses/Notes

23:01-11: Verses/Notes ➡️আগ-কথা:  This is the 23rd Surah of the Qur’an. It has 118 verses. কোৰআনৰ গ্ৰন্থত ‘মুছলিম’ আৰু ‘মু’মিন’ শব্দ দুটা সুকীয়াকৈ ব্যৱহাৰ কৰা হৈছে। উদাহৰণস্বৰূপে, এজন মুছলিম হ’ব পাৰে কিন্তু এতিয়াও ‘মু’মিন’ (মুমিন) নহ’বও পাৰে কাৰণ তেওঁলোকৰ হৃদয়ত এতিয়াও প্ৰকৃত বিশ্বাস সোমাব পৰা নাই। .... সবিশেষ পঢ়িবলৈ লিংকত আঘাট কৰক:  https://bit.ly/3Qbp6cD . আল্লাহৰ ওচৰত সেইজনেই সফল যিজন মুছলিম হোৱাৰ উপৰিও মু'মিন। কেৱল মুছলিম হৈ কাম নাই। কোনোৱা ইহুদী আৰু খ্ৰীষ্টানসকলো ‘মুছলমান’ হ’ব পাৰে(https://bit.ly/3BxWlTu)। মুমিনৰ চমু পৰিচয় যোৱা খণ্ডৰ ২২:৭৭ আয়াতত লিখি অহা হৈছে।চাব পাৰে,লিংক: https://bit.ly/3oMMv8J ।।। ➡️২৩:১  قَدْ أَفْلَحَ الْمُؤْمِنُونَ অৱশ্যে মুমিনসকল সফলকাম হৈছে, . ✍️ আগ-কথা চাওঁক। . ➡️২৩:২ الَّذِينَ هُمْ فِي صَلَاتِهِمْ خَاشِعُونَ যিসকল নিজৰ চালাতত ভীতি-অৱনত, . ✍️Verse: 23:2Those who humbly and whole-heartedly follow Divine Commands.sa . ➡️২৩:৩ وَالَّذِينَ هُمْ عَنِ اللَّغْوِ مُعْرِضُونَ আৰু যিসকল অসাৰ কথা-বতৰাৰ পৰা বিমুখ, . ✍️ref:(41:26). ৪১:২৬ وَقَالَ الَّ...