Posts

Showing posts with the label 48:8-Note(সেইদিনা ৰছুল সাক্ষী ৰূপে থাকিব অৰ্থাৎ কোৰআন)

48:8-Note(সেইদিনা ৰছুল সাক্ষী ৰূপে থাকিব অৰ্থাৎ কোৰআন-১৬:৮৯)

48:8-Note(সেইদিনা ৰছুল সাক্ষী ৰূপে থাকিব অৰ্থাৎ কোৰআন-১৬:৮৯) ।।। "..হে ৰাছুল,তোমাক আমি তেওঁলোকৰ ওপৰত সাক্ষীৰূপে(২/১৪৩, ৪/৪১) লৈ আহিম; কাৰণ আমি তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছো প্ৰত্যেক বিষয়ৰ স্পষ্ট ব্যাখ্যাস্বৰূপ, পথ নিৰ্দেশ, ৰহমত আৰু মুছলিমসকলৰ(২৭:৮১) বাবে সুসংবাদস্বৰূপ -১৬:৮৯।"- অৰ্থাৎ কোৰআন। কোৰআনেই সাক্ষী দিব- -raf. ⬇️ ⭕১৬:৮৯ وَيَوْمَ نَبْعَثُ فِي كُلِّ أُمَّةٍ شَهِيدًا عَلَيْهِمْ مِنْ أَنْفُسِهِمْ ۖ وَجِئْنَا بِكَ شَهِيدًا عَلَىٰ هَٰؤُلَاءِ ۚ وَنَزَّلْنَا عَلَيْكَ الْكِتَابَ تِبْيَانًا لِكُلِّ شَيْءٍ وَهُدًى وَرَحْمَةً وَبُشْرَىٰ لِلْمُسْلِمِينَ আৰু স্মৰণ কৰা, যেতিয়া আমি প্ৰত্যেক উম্মতৰ পৰা, সিহঁতৰ মাজৰ পৰাই সিহঁতৰ বিৰুদ্ধে একোজনকৈ সাক্ষী উত্থিত কৰিম আৰু তোমাক আমি তেওঁলোকৰ ওপৰত সাক্ষীৰূপে(4:41🟢) লৈ আহিম; কাৰণ আমি তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছো প্ৰত্যেক বিষয়ৰ স্পষ্ট ব্যাখ্যাস্বৰূপ, পথ নিৰ্দেশ, ৰহমত আৰু মুছলিমসকলৰ(27:81⚫) বাবে সুসংবাদস্বৰূপ। . ৪:৪১🟢 فَكَيْفَ إِذَا جِئْنَا مِنْ كُلِّ أُمَّةٍ بِشَهِيدٍ وَجِئْنَا بِكَ عَلَىٰ هَٰؤُلَاءِ شَهِيدًا এতেকে যেতিয়া আমি প্ৰত্যেক উম্...