Posts

Showing posts with the label 37:39-Ap-refs

37:39-Ap-refs

37:39-Ap-refs: 🔺১০৩:১-৩  وَالْعَصْرِ সময়ৰ শপত, ১০৩:২ إِنَّ الْإِنْسَانَ لَفِي خُسْرٍ নিশ্চয় মানুহ ক্ষতিগ্ৰস্থতাত নিপতিত, ১০৩:৩ إِلَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ وَتَوَاصَوْا بِالْحَقِّ وَتَوَاصَوْا بِالصَّبْرِ কিন্তু তেওঁলোকৰ বাহিৰে, যিসকলে ঈমান আনিছে আৰু সৎকাম কৰিছে লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য ধাৰণ কৰিবলৈ উৎসাহ দিয়ে। . 🔺৯৫:৪-৬ لَقَدْ خَلَقْنَا الْإِنْسَانَ فِي أَحْسَنِ تَقْوِيمٍ নিশ্চয় আমি মানুহক সৰ্বোত্তম গঠনত সৃষ্টি কৰিছো, ৯৫:৫ ثُمَّ رَدَدْنَاهُ أَسْفَلَ سَافِلِينَ তাৰ পিছত আমি তাক হীনতাগ্ৰস্থসকলৰ হীনতমত পৰিণত কৰিছো, ৯৫:৬ إِلَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ فَلَهُمْ أَجْرٌ غَيْرُ مَمْنُونٍ কেৱল সেইসকল লোকৰ বাহিৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে; তেওঁলোকৰ বাবে আছে অফুৰন্ত শুভ প্ৰতিদান। . 🔺১৯:৭১-৭২ see in link: https://bit.ly/3O1T3fn . 🔺৭৪:৩৮-৩৯ كُلُّ نَفْسٍ بِمَا كَسَبَتْ رَهِينَةٌ প্ৰত্যেক ব্যক্তি নিজ কৃতকৰ্মৰ বাবে দায়বদ্ধ, ৭৪:৩৯ إِلَّا أَصْحَابَ الْيَمِينِ কিন্তু সোঁপন্থী লোকসকলৰ বাহিৰে, . Raf.