Posts

Showing posts with the label Part-621-template sub 4:150-151"Obey Allah and obey the Messenger"- One Identity regarding Message not entity)

Part-621-template sub 4:150-151"Obey Allah and obey the Messenger"- One Identity regarding Message not entity)

Part-621-template sub 4:150-151 "Obey Allah and obey the Messenger"- One Identity regarding Message not entity) ।।। ➡️(অনুগ্ৰহ কৰি ৬২১ নং খণ্ডৰ ভিডিঅ'টো চাব⚡। কাৰণ, ৩০/৪০মি:ৰ ভিডিঅ' এটাত সকলো কথা সামৰি ল'ব নোৱাৰি বা বহু দীঘলীয়া এটা লিখনিয়ে মূৰ কামূৰণী হোৱাটো স্বাভাৱিক। গতিকে বুজাৰ আগ্ৰহ থাকিলে লিখনি চাই ভিডিঅ'টো চালে বহুকথা বোধগম্য হ'ব।  আমি প্ৰায় দুবছৰ ধাৰাবাহিক ভাৱে কোৰআনৰ লগত ওতঃপ্ৰোত ভাৱে জৰীতহৈ কোৰআনৰ প্ৰায় ৯৫% অতিক্ৰম কৰাৰ পাছত দৃঢ় ভাৱ হৈছেযে, প্ৰত্যেকেই কোৰআন বুজিবই লাগিব। নহলে মৰাৰ পাছত বিপদ অনিবাৰ্য!) (⚡ https://tinyurl.com/3ddrxpkb ) ।।। ৪:🅰️১৫০-🅱️১৫১ . 🅰️৪:১৫০ إِنَّ الَّذِينَ يَكْفُرُونَ بِاللَّهِ وَرُسُلِهِ وَيُرِيدُونَ أَنْ يُفَرِّقُوا بَيْنَ اللَّهِ وَرُسُلِهِ وَيَقُولُونَ نُؤْمِنُ بِبَعْضٍ وَنَكْفُرُ بِبَعْضٍ وَيُرِيدُونَ أَنْ يَتَّخِذُوا بَيْنَ ذَٰلِكَ سَبِيلًا নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰী কৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ মাজত পাৰ্থক্য কৰিব বিচাৰে আৰু সিহঁতে কয়, ‘আমি কিছুমানৰ ওপৰত ঈমান আনো আৰু কিছুমানৰ লগত কুফৰী ...