75:15-Ap-refs/links:
75:15-Ap-refs/links: 💘৭৫:১৫ وَلَوْ أَلْقَىٰ مَعَاذِيرَهُ যদিও সি নানা অজুহাত দেখুৱায়। ।।। ✍️Ap-refs ১৭:১৪ اقْرَأْ كِتَابَكَ كَفَىٰ بِنَفْسِكَ الْيَوْمَ عَلَيْكَ حَسِيبًا তুমি তোমাৰ কিতাপ পাঠ কৰা, আজি তুমি নিজেই তোমাৰ হিচাপ-নিকাচৰ বাবে যথেষ্ট। (Pl find the verse note of 17:14 in the link: https://qurantafseeritself.blogspot.com/2022/06/part-2591711-22bani-israel-children-of.html ) . ৬:২৩ ثُمَّ لَمْ تَكُنْ فِتْنَتُهُمْ إِلَّا أَنْ قَالُوا وَاللَّهِ رَبِّنَا مَا كُنَّا مُشْرِكِينَ তেতিয়া সিহঁতৰ ওচৰত এই কথাৰ বাহিৰে আন কোনো অজুহাত নাথাকিব, ‘আমাৰ ৰব আল্লাহৰ শপত! আমি মুশ্বৰিক নাছিলো’। Pl find the verse note 6:23-24 in the link: [{(6:22-24(Shrik,Danger-SeeNotes)(বহুমানুহ ঈমান পোষণ কৰা সত্বেও মুৰ্শৰিক-১২:১০৬)} https://qurantafseeritself.blogspot.com/2022/01/part-123621-32-httpsyoutu.html ] . ৫৮:১৮ يَوْمَ يَبْعَثُهُمُ اللَّهُ جَمِيعًا فَيَحْلِفُونَ لَهُ كَمَا يَحْلِفُونَ لَكُمْ ۖ وَيَحْسَبُونَ أَنَّهُمْ عَلَىٰ شَيْءٍ ۚ أَلَا إِنَّهُمْ هُمُ الْكَاذِبُونَ সেইদিনা আল্লাহে সিহঁত সকলোকে পুনৰুত্থিত ক...