57:5- references
57:5- references . ৫৭:৫ لَهُ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ ۚ وَإِلَى اللَّهِ تُرْجَعُ الْأُمُورُ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো কৰ্তৃত্ব তেওঁৰেই আৰু আল্লাহৰ ফালেই সকলো বিষয় প্ৰত্যাৱৰ্তিত হয়। ।।। ✍️Ref: Ap-refs:92:13,28:70,34:1,19:93-95,4:40,21:47 . ৯২:১৩ وَإِنَّ لَنَا لَلْآخِرَةَ وَالْأُولَىٰ নিশ্চয় আমিয়েই পৰকাল আৰু ইহকালৰ মালিক। (ref:৯৩:৪ وَلَلْآخِرَةُ خَيْرٌ لَكَ مِنَ الْأُولَىٰ নিশ্চয় তোমাৰ বাবে পৰৱৰ্তী সময় পূৰ্বৱৰ্তী) . ২৮:৭০ وَهُوَ اللَّهُ لَا إِلَٰهَ إِلَّا هُوَ ۖ لَهُ الْحَمْدُ فِي الْأُولَىٰ وَالْآخِرَةِ ۖ وَلَهُ الْحُكْمُ وَإِلَيْهِ تُرْجَعُونَ তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, পৃথিৱী(present life) আৰু আখিৰাতত(the life to come) সকলো প্ৰশংসা তেওঁৰেই; বিধান তেওঁৰেই; আৰু তোমালোকেও তেওঁৰ পিনেই প্ৰত্যাৱৰ্তিত হ’বা। . ৩৪:১ الْحَمْدُ لِلَّهِ الَّذِي لَهُ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ وَلَهُ الْحَمْدُ فِي الْآخِرَةِ ۚ وَهُوَ الْحَكِيمُ الْخَبِيرُ সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে, আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে তেৱেঁই সেই সকলোবোৰৰ মালিক আৰু আখিৰ...