Posts

Showing posts with the label Note-37:93(refs:21:58-63-Was Prophet Ibrahim a:s: a lier?)

Note-37:93(refs:21:58-63-Was Prophet Ibrahim a:s: a lier?)

Note-37:93(refs:21:58-63-Was Prophet Ibrahim a:s: a lier?) . 🎀২১:৫৮ فَجَعَلَهُمْ جُذَاذًا إِلَّا كَبِيرًا لَهُمْ لَعَلَّهُمْ إِلَيْهِ يَرْجِعُونَ তাৰ পিছত তেওঁ মূৰ্তিসমূহ চূৰ্ণ-বিচূৰ্ণ কৰি দিলে কেৱল ডাঙৰ মূৰ্তিটোৰ বাহিৰে; যাতে সিহঁতে তাৰ ওচৰলৈ উভতি যায়। . ✍️Verse)note/ref:Link: https://muktabulraf.blogspot.com/2022/07/2158.html?m=1 . 🎀২১:৫৯ قَالُوا مَنْ فَعَلَ هَٰذَا بِآلِهَتِنَا إِنَّهُ لَمِنَ الظَّالِمِينَ সিহঁতে ক’লে, ‘আমাৰ উপাস্যবোৰৰ সৈতে কোনে এই কাম কৰিছে? সি নিশ্চয় অন্যতম যালিম’। . 🎀২১:৬০ قَالُوا سَمِعْنَا فَتًى يَذْكُرُهُمْ يُقَالُ لَهُ إِبْرَاهِيمُ কিছুমানে ক’লে, ‘আমি এজন যুৱকক এইবোৰৰ সমালোচনা কৰা শুনিছোঁ; যাক ইব্ৰাহীম বুলি কোৱা হয়’। . 🎀২১:৬১ قَالُوا فَأْتُوا بِهِ عَلَىٰ أَعْيُنِ النَّاسِ لَعَلَّهُمْ يَشْهَدُونَ সিহঁতে ক’লে, ‘তেনেহ’লে তাক জন-সন্মুখত উপস্থিত কৰা, যাতে সিহঁত সাক্ষী হয়’। . 🎀২১:৬২ قَالُوا أَأَنْتَ فَعَلْتَ هَٰذَا بِآلِهَتِنَا يَا إِبْرَاهِيمُ সিহঁতে ক’লে, ‘হে ইব্ৰাহীম! তুমিয়ে আমাৰ উপাস্যবোৰৰ সৈতে এই কাম কৰিছা নেকি’? . ✍️Verse/Note: 21:62. (Abraham was called a...