66:12-verse/notes-as
66:12-verse/notes-as ৬৬:১২ وَمَرْيَمَ ابْنَتَ عِمْرَانَ الَّتِي أَحْصَنَتْ فَرْجَهَا فَنَفَخْنَا فِيهِ مِنْ رُوحِنَا وَصَدَّقَتْ بِكَلِمَاتِ رَبِّهَا وَكُتُبِهِ وَكَانَتْ مِنَ الْقَانِتِينَ (আল্লাহে আৰু উদাহৰণ দিছে) ইমৰাণৰ জীয়েক🚦1 মাৰয়ামৰ- যিয়ে নিজ লজ্জাস্থানৰ পৱিত্ৰতা ৰক্ষা কৰিছিল, ফলত আমি তাত আমাৰ ৰূহৰ পৰা ফুঁৱাই🚦2 দিছিলো আৰু তেওঁ তেওঁৰ প্ৰতিপালকৰ বাণী আৰু তেওঁৰ কিতাবসমূহ সত্য বুলি গ্ৰহণ কৰিছিল🚦3 আৰু তেওঁ আছিল অনুগতসকলৰ অন্যতম। . 66:12 And [We have propounded yet another parable of God-consciousness in the story of] Mary, the daughter of Imran,🚦1 who guarded her chastity, whereupon We breathed of Our spirit into that [which was in her womb],🚦2 and who accepted the truth of her Sustainer's words - and [thus,] of His revelations🚦3 - and was one of the truly devout.(as). Note🚦-1 I.e., a descendant of the House of 'lmran (cf. on 3:33). (৩:৩৩ ۞ إِنَّ اللَّهَ اصْطَفَىٰ آدَمَ وَنُوحًا وَآلَ إِبْرَاهِيمَ وَآلَ عِمْرَانَ عَلَى الْعَالَمِينَ নিশ্চয় আল্লাহে আদম, নুহ আৰু ইব্ৰাহীম...