4-Quran alone [(Pt.4(2:21-29)]

Quran.Muktabul U-Tube-Raf Analysis.

21-29
.
Muktabul- https://youtu.be/bStZ3Xvkww4
.
🟠2:21 O Mankind! Serve your Lord (by serving His creation). He is the One Who has created you and those before your times, so that you may journey through life secure against error. [7:172].
২:২১
يَا أَيُّهَا النَّاسُ اعْبُدُوا رَبَّكُمُ الَّذِي خَلَقَكُمْ وَالَّذِينَ مِنْ قَبْلِكُمْ لَعَلَّكُمْ تَتَّقُونَ
হে মানৱ সম্প্ৰদায়! তোমালোকে তোমালোকৰ ৰব (প্ৰতিপালক)ৰ ইবাদত কৰা, যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে, যাতে তোমালোক তাক্বৱাৰ অধিকাৰী হোৱা।
.
৭:১৭২
وَإِذْ أَخَذَ رَبُّكَ مِنْ بَنِي آدَمَ مِنْ ظُهُورِهِمْ ذُرِّيَّتَهُمْ وَأَشْهَدَهُمْ عَلَىٰ أَنْفُسِهِمْ أَلَسْتُ بِرَبِّكُمْ ۖ قَالُوا بَلَىٰ ۛ شَهِدْنَا ۛ أَنْ تَقُولُوا يَوْمَ الْقِيَامَةِ إِنَّا كُنَّا عَنْ هَٰذَا غَافِلِينَ
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে আদম সন্তানৰ পিঠিৰ পৰা তাৰ বংশধৰক উলিয়াইছিল আৰু সিহঁতৰ নিজৰ বিষয়ে স্বীকাৰোক্তি গ্ৰহণ কৰিছিল আৰু কৈছিল, ‘মই তোমালোকৰ ৰব নহয় নে? সিহঁতে কৈছিল, ‘হয় নিশ্চয়, আমি সাক্ষী থাকিলো’। এইটো এইবাবে যে, তোমালোকে যাতে কিয়ামতৰ দিনা ক’ব নোৱাৰা যে, আমি এই বিষয়ে জনাই নাছিলো।
[(✍️কথাটো এনেকুৱাঃ ৪১:১১
ثُمَّ اسْتَوَىٰ إِلَى السَّمَاءِ وَهِيَ دُخَانٌ فَقَالَ لَهَا وَلِلْأَرْضِ ائْتِيَا طَوْعًا أَوْ كَرْهًا قَالَتَا أَتَيْنَا طَائِعِينَ
তাৰ পিছত তেওঁ আকাশৰ ফালে মনোনিৱেশ কৰিলে, যিটো (আগতে) আছিল ধোৱাঁ। তাৰ পিছত তেওঁ তাক (আকাশক) আৰু পৃথিৱীক ক’লে, ‘তোমালোক উভয়ে আহা ইচ্ছাতেই হওঁক বা অনিচ্ছাতেই হওঁক’। সিহঁত উভয়ে ক’লে, ‘আমি অনুগত হৈ আহিলোঁ’।)(every human being is born with an instinctive knowledge about God.)]
..
🔴2:22 He Who has made the earth habitable for you, and the sky over it like a canopy, and brought down rain from therein so that fruits of His bounty may spring forth for you as abundant provision. When you understand this simple fact, (do not insult your intelligence and) do not equate others with God.
Note
The high atmosphere serves as a protecting canopy against meteorites and keeps balance in the gases and temperature. 2:164
.
২:২২
الَّذِي جَعَلَ لَكُمُ الْأَرْضَ فِرَاشًا وَالسَّمَاءَ بِنَاءً وَأَنْزَلَ مِنَ السَّمَاءِ مَاءً فَأَخْرَجَ بِهِ مِنَ الثَّمَرَاتِ رِزْقًا لَكُمْ ۖ فَلَا تَجْعَلُوا لِلَّهِ أَنْدَادًا وَأَنْتُمْ تَعْلَمُونَ
যিজনে তোমালোকৰ বাবে পৃথিৱীখনক ⚡বিছনা কৰি দিছে আৰু আকাশখনক কৰি দিছে চাল আৰু আকাশৰ পৰা পানী অৱতীৰ্ণ কৰি তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফলমূল উৎপাদন কৰিছে। গতিকে তোমালোকে জানি-শুনি কাকো আল্লাহৰ সমকক্ষ থিৰ নকৰিবা।
(⚡এই আয়াতৰ দ্বাৰা আগতে বহুতে পৃথিৱীখন চেপেটা (flat) বুলি ক'ব বিছাৰে। কিন্তু নহ‌য় ই গোল আকাৰৰ, ইয়াৰ ব্যাস আছেঃ[Quran 55.33] O company of Jinn and man, escape the diameters (اقطار) of the Heavens and the Earth if you can, You won't escape without authority.
.
২:১৬৪
إِنَّ فِي خَلْقِ السَّمَاوَاتِ وَالْأَرْضِ وَاخْتِلَافِ اللَّيْلِ وَالنَّهَارِ وَالْفُلْكِ الَّتِي تَجْرِي فِي الْبَحْرِ بِمَا يَنْفَعُ النَّاسَ وَمَا أَنْزَلَ اللَّهُ مِنَ السَّمَاءِ مِنْ مَاءٍ فَأَحْيَا بِهِ الْأَرْضَ بَعْدَ مَوْتِهَا وَبَثَّ فِيهَا مِنْ كُلِّ دَابَّةٍ وَتَصْرِيفِ الرِّيَاحِ وَالسَّحَابِ الْمُسَخَّرِ بَيْنَ السَّمَاءِ وَالْأَرْضِ لَآيَاتٍ لِقَوْمٍ يَعْقِلُونَ
নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিত, ৰাতি আৰু দিনৰ পৰিবৰ্তনত, মানুহৰ উপকাৰী দ্ৰৱ্যবাহী সাগৰত চলা জাহাজত আৰু আকাশৰ পৰা আল্লাহে যি বৰষুণ বৰ্ষাইছে যাৰ ফলত ভূ-পৃষ্ঠক তাৰ মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰিছে, তাৰ মাজত প্ৰসাৰিত কৰিছে সকলো প্ৰকাৰ বিচৰণশীল প্ৰাণী আৰু বতাহৰ দিশ পৰিবৰ্তনত লগতে আকাশ আৰু পৃথিৱীৰ মাজত নিয়ন্ত্ৰিত মেঘমালাত বিবেকৱান সম্প্ৰদায়ৰ বাবে আছে বহুতো নিদৰ্শন।
.
🟣২:২৩
وَإِنْ كُنْتُمْ فِي رَيْبٍ مِمَّا نَزَّلْنَا عَلَىٰ عَبْدِنَا فَأْتُوا بِسُورَةٍ مِنْ مِثْلِهِ وَادْعُوا شُهَدَاءَكُمْ مِنْ دُونِ اللَّهِ إِنْ كُنْتُمْ صَادِقِينَ
আমি আমাৰ বান্দাৰ ওপৰত যি অৱতীৰ্ণ কৰিছো তাত যদি তোমালোকৰ কোনো সন্দেহ থাকে তেন্তে ইয়াৰ অনুৰূপ কোনো এটা ছুৰা ৰচনা কৰি আনা আৰু আল্লাহৰ বাহিৰে তোমালোকৰ সকলো সাক্ষী-সহায়কাৰীক আহ্বান কৰা যদিহে তোমালোকে সত্যবাদী হোৱা।
.
2:23 And if you doubt any part of what We have, bestowed from on high, step by step, upon Our servant [Muhammad], then produce a surah of similar merit, and call upon any other than God to bear witness for you🚦 -if what you say is true!
.
(🚦"come forward with a surah like it, and call upon your witnesses other than God" -namely, "to attest that your hypothetical literary effort could be deemed equal to any part of the Qur'an." This challenge occurs in two other places as well ( 10:38 and 11:13 , in which latter case the unbelievers are called upon to produce ten chapters of comparable merit); see also 17:88).

.
(Note:  It is impossible to argue that the Quran is divine by comparing its literary aspects to those of Al-Mutanabbi, Taha Hussain or any other Arabic literary work. Bukhari and Ibn Hanbal, the two so-called authentic hadith collections of Sunnism, tacitly confess the impossibility of distinguishing the Quranic statements from man-made literary works since they narrate a text, which is still uttered by millions of Sunni mushriks in “bonus” prayers called nawafil. According to their report, Ibn Masud, one of the most prominent comrades of prophet Muhammed, and allegedly one of the most prolific sources of hadith, had included that prayer to his Quran as an independent chapter while expunging the last two chapters. The claim of medieval Sunni and Shiite sources regarding the requirement for two witnesses for each verse to authenticate their divine nature, regardless of the truth-value of the claim, is another acknowledgment of their inability to distinguish a Quranic revelation from fabricated statements via the so-called literary excellence criterion. See 4:82; 10:20).
(৪:৮২
أَفَلَا يَتَدَبَّرُونَ الْقُرْآنَ ۚ وَلَوْ كَانَ مِنْ عِنْدِ غَيْرِ اللَّهِ لَوَجَدُوا فِيهِ اخْتِلَافًا كَثِيرًا
সিহঁতে কোৰআনক গভীৰভাৱে অনুধাৱন নকৰে নেকি? যদি এয়া আল্লাহৰ বাহিৰে আন কাৰোবাৰ পৰা অহা হ’লহেঁতেন, তেন্তে সিহঁতে নিশ্চয় ইয়াৰ মাজত বহুতো বিসঙ্গতি পালেহেঁতেন।)
(১০:২০
وَيَقُولُونَ لَوْلَا أُنْزِلَ عَلَيْهِ آيَةٌ مِنْ رَبِّهِ ۖ فَقُلْ إِنَّمَا الْغَيْبُ لِلَّهِ فَانْتَظِرُوا إِنِّي مَعَكُمْ مِنَ الْمُنْتَظِرِينَ
আৰু সিহঁতে কয়, ‘এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওচৰত কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? কোৱা, ‘গায়েবৰ জ্ঞান কেৱল আল্লাহৰ ওচৰত। এতেকে তোমালোকে অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত অপেক্ষা কৰিছো’।)
.
🔴২:২৪
فَإِنْ لَمْ تَفْعَلُوا وَلَنْ تَفْعَلُوا فَاتَّقُوا النَّارَ الَّتِي وَقُودُهَا النَّاسُ وَالْحِجَارَةُ ۖ أُعِدَّتْ لِلْكَافِرِينَ
এতেকে যদি তোমালোকে এনে নকৰা- আৰু তোমালোকে এইটো কেতিয়াও কৰিব নোৱাৰিবা , তেনেহ’লে সেই জুইৰ পৰা বাচিবলৈ ব্যৱস্থা কৰা যাৰ ইন্ধন হ’ব মানুহ আৰু শিল, যিটো প্ৰস্তুত কৰা হৈছে কাফিৰসকলৰ বাবে।
.
Paradise and hell Descriptions are Allegorical.(💫-see 2:25 note also)
.
2:24 And if you fail to do it - and fail you will - yet remain haughty and scornful, then guard yourselves against the fire that has been readied for those who oppose the truth, and its fuel is the masses and their stonehearted leaders alike.

Note
This fire is generated in and engulfs the hearts 2:74, 9:110, 66:6, 104:6. Hajar = Stone = Rock = A stone-hearted person = Elite leadership = An apparently tough, prominent man = The hard or high segment of a hill.
.
২:৭৪
ثُمَّ قَسَتْ قُلُوبُكُمْ مِنْ بَعْدِ ذَٰلِكَ فَهِيَ كَالْحِجَارَةِ أَوْ أَشَدُّ قَسْوَةً ۚ وَإِنَّ مِنَ الْحِجَارَةِ لَمَا يَتَفَجَّرُ مِنْهُ الْأَنْهَارُ ۚ وَإِنَّ مِنْهَا لَمَا يَشَّقَّقُ فَيَخْرُجُ مِنْهُ الْمَاءُ ۚ وَإِنَّ مِنْهَا لَمَا يَهْبِطُ مِنْ خَشْيَةِ اللَّهِ ۗ وَمَا اللَّهُ بِغَافِلٍ عَمَّا تَعْمَلُونَ
ইয়াৰ পিছতো তোমালোকৰ হৃদয় কঠিন হৈ গ’ল, যেনিবা শিল অথবা তাতোকৈ কঠিন। অথচ কিছুমান এনেকুৱা শিল আছে যিবোৰৰ পৰা নৈ-নিজৰা প্ৰবাহিত হয়, আৰু কিছুমান এনেকুৱা আছে যিবোৰ বিদীৰ্ণ হোৱাৰ পিছত তাৰ পৰা পানী নিৰ্গত হয়, আকৌ কিছুমান আল্লাহৰ ভয়ত খহি পৰে, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।
.
৯:১১১
۞ إِنَّ اللَّهَ اشْتَرَىٰ مِنَ الْمُؤْمِنِينَ أَنْفُسَهُمْ وَأَمْوَالَهُمْ بِأَنَّ لَهُمُ الْجَنَّةَ ۚ يُقَاتِلُونَ فِي سَبِيلِ اللَّهِ فَيَقْتُلُونَ وَيُقْتَلُونَ ۖ وَعْدًا عَلَيْهِ حَقًّا فِي التَّوْرَاةِ وَالْإِنْجِيلِ وَالْقُرْآنِ ۚ وَمَنْ أَوْفَىٰ بِعَهْدِهِ مِنَ اللَّهِ ۚ فَاسْتَبْشِرُوا بِبَيْعِكُمُ الَّذِي بَايَعْتُمْ بِهِ ۚ وَذَٰلِكَ هُوَ الْفَوْزُ الْعَظِيمُ
নিশ্চয় আল্লাহে মুমিনসকলৰ পৰা সিহঁতৰ জীৱন আৰু সম্পদ কিনি লৈছে (ইয়াৰ বিনিময়ত) যে, সিহঁতৰ বাবে আছে জান্নাত। সিহঁতে আল্লাহৰ পথত যুদ্ধ কৰে, অৱশেষত সিহঁতে (শত্ৰুক) মাৰে আৰু নিজেও মৰে। এতেকে তাওৰাত, ঈঞ্জীল আৰু কোৰআনত এই বিষয়ে সিহঁতৰ সত্য প্ৰতিশ্ৰুতি আছে; আৰু নিজ প্ৰতিজ্ঞা পালনত আল্লাহতকৈ শ্ৰেষ্ঠ আন কোন আছে? সেয়ে তোমালোকে আল্লাহৰ লগত যি বেচা-কিনা কৰিছা তাৰ বাবে আনন্দিত হোৱা; আৰু এইটোৱেই হৈছে মহাসফলতা।
.
৬৬:৬
يَا أَيُّهَا الَّذِينَ آمَنُوا قُوا أَنْفُسَكُمْ وَأَهْلِيكُمْ نَارًا وَقُودُهَا النَّاسُ وَالْحِجَارَةُ عَلَيْهَا مَلَائِكَةٌ غِلَاظٌ شِدَادٌ لَا يَعْصُونَ اللَّهَ مَا أَمَرَهُمْ وَيَفْعَلُونَ مَا يُؤْمَرُونَ
হে ঈমান্দাৰসকল! তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ পৰা ৰক্ষা কৰা, যাৰ ইন্ধন হ’ব মানুহ আৰু শিল, য’ত নিয়োজিত আছে নিৰ্মম, কঠোৰস্বভাৱৰ ফিৰিস্তাসকল, যিসকলে আল্লাহৰ আদেশ অমান্য নকৰে; আৰু তেওঁলোকে যি কৰিবলৈ আদেশপ্ৰাপ্ত হয় সেইটোৱেই কৰে।
.
১০৪:৬
نَارُ اللَّهِ الْمُوقَدَةُ
ই আল্লাহৰ প্ৰজ্বলিত জুই।
.
🟣২:২৫
وَبَشِّرِ الَّذِينَ آمَنُوا وَعَمِلُوا ✍️الصَّالِحَاتِ أَنَّ لَهُمْ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ ۖ كُلَّمَا رُزِقُوا مِنْهَا مِنْ ثَمَرَةٍ رِزْقًا ۙ قَالُوا هَٰذَا الَّذِي رُزِقْنَا مِنْ قَبْلُ ۖ وَأُتُوا بِهِ مُتَشَابِهًا ۖ وَلَهُمْ فِيهَا أَزْوَاجٌ مُطَهَّرَةٌ ۖ وَهُمْ فِيهَا خَالِدُونَ
আৰু যিসকলে ঈমান আনিছে আৰু ✍️সত্কৰ্ম কৰিছে তেওঁলোকক সুসংবাদ দিয়া যে, তেওঁলোকৰ বাবে আছে 💫জান্নাত, যাৰ তলেদি নদীসমূহ প্ৰবাহিত হয় , যেতিয়াই তেওঁলোকক তাৰ পৰা কোনো ফল খাবলৈ দিয়া হ’ব, তেতিয়াই তেওঁলোকে ক’ব, ‘ইতিপুৰ্বে আমাক এনে ধৰণৰ ফল খাবলৈ দিয়া হৈছিল’, কাৰণ তেওঁলোকক ফল-মূল সাদৃশ্যপূৰ্ণ  কৰি দিয়া হ’ব আৰু তেওঁলোকৰ বাবে তাত থাকিব পৱিত্ৰা সঙ্গিনী  , আৰু তাত তেওঁলোক চিৰকাল থাকিব।
(✍️1)- https://m.youtube.com/

2)-Quran Dictionary - ص ل ح

The triliteral root ṣād lām ḥā (ص ل ح) occurs 180 times in the Quran, in eight derived forms:

twice as the form I verb ṣalaḥa (صَلَحَ)

28 times as the form IV verb aṣlaḥa (أَصْلَحَ)

nine times as the proper noun ṣāliḥ (صَٰلِح)

twice as the noun ṣul'ḥ (صُلْح)

65 times as the active participle ṣāliḥ (صَٰلِح)

62 times as the active participle ṣāliḥāt (صَّٰلِحَٰت)

seven times as the form IV verbal noun iṣ'lāḥ (إِصْلَٰح)

five times as the form IV active participle muṣ'liḥ (مُصْلِح)

An Arabic word may have a range of meanings depending on context.
.
💫Allegorical Description of Paradise:

This Paradise is not given away as charity. It has to be built in this life and then inherited. It has been described in the Qur’an allegorically and it is not confined to one particular place. It encompasses the entire Universe and is a logical consequence of living upright and contributing to the well-being of humanity. 3:133, 13:35, 14:24, 24:55, 32:17, 39:74, 47:15, 57:21, 76:5, 76:17.
.
🟣২:২৬
۞ إِنَّ اللَّهَ لَا يَسْتَحْيِي أَنْ يَضْرِبَ مَثَلًا مَا بَعُوضَةً فَمَا فَوْقَهَا ۚ فَأَمَّا الَّذِينَ آمَنُوا فَيَعْلَمُونَ أَنَّهُ الْحَقُّ مِنْ رَبِّهِمْ ۖ وَأَمَّا الَّذِينَ كَفَرُوا فَيَقُولُونَ مَاذَا أَرَادَ اللَّهُ بِهَٰذَا مَثَلًا ۘ يُضِلُّ بِهِ كَثِيرًا وَيَهْدِي بِهِ كَثِيرًا ۚ وَمَا يُضِلُّ بِهِ إِلَّا الْفَاسِقِينَ
নিশ্চয় আল্লাহে মহ অথবা তাতোকৈ ক্ষুদ্ৰ কোনো বস্তুৰ উপমা দিওঁতে সংকোচবোধ নকৰে । এতেকে যিসকলে ঈমান আনিছে তেওঁলোকে জানে যে, নিশ্চয় এইটো তেওঁলোকৰ প্ৰতিপালকৰ পৰা সত্য। আৰু যিসকলে কুফৰী কৰিছে সিহঁতে কয় যে, ‘আল্লাহে এই উপমাৰ দ্বাৰা কি বুজাব বিছাৰিছে’? তেওঁ ইয়াৰ দ্বাৰা বহুতকে বিভ্ৰান্ত কৰে আৰু বহুতকে হিদায়ত দিয়ে। আৰু তেওঁ ফাছিকসকলৰ বাহিৰে আন কাকো ইয়াৰ দ্বাৰা বিভ্ৰান্ত নকৰে।
.
2:26 God does not shy away from citing any kind of allegory, even of a mosquito or beyond. Those who attain belief by way of reason appreciate the allegories and know that it is the Truth from their Lord. But those who have chosen to disbelieve, try to ridicule, saying, "What could God mean to teach by this similitude?" Thus He (His law of guidance) lets go astray many and shows the lighted road to many. But He never lets go astray any but those who drift away from reason.

Note
Men and women of reason know that abstract phenomena are frequently best understood in the form of examples, metaphors and allegories. Faasiqoon singular, Faasiq = Those who drift away = Who slip out of discipline = Those who cross the bounds of what is right = Fruit whose seed slips out = Egg yolk that drops out of its shell = One who transgresses Divine laws and thus becomes vulnerable to desires and extrinsic challenge. 3:815:35:475:1086:1217:1029:249:8024:424:5559:19.
.
🔴২:২৭
الَّذِينَ يَنْقُضُونَ عَهْدَ اللَّهِ مِنْ بَعْدِ مِيثَاقِهِ وَيَقْطَعُونَ مَا أَمَرَ اللَّهُ بِهِ أَنْ يُوصَلَ وَيُفْسِدُونَ فِي الْأَرْضِ ۚ أُولَٰئِكَ هُمُ الْخَاسِرُونَ
যিসকলে আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱাৰ পিছত সেইটো ভঙ্গ কৰে, আল্লাহে যি সম্পৰ্ক অটুট ৰাখিবলৈ নিৰ্দেশ দিছে সেইটো বিচ্ছিন্ন কৰে  আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি ফুৰে , সিহঁতেই ক্ষতিগ্ৰস্থ।
.

2:27 (Just as there is One Creator, likewise mankind is but one Community.) Those who break this ratified Bond of God and cut asunder the unity of mankind that God has commanded them to uphold, and thus lay the foundation of chaos on earth, those will be the losers in the long run. [9:33-34, 9:111, 10:19, 13:20-24, 31:28, 83:6, 114:1]
৯:৩৩-৩৪
هُوَ الَّذِي أَرْسَلَ رَسُولَهُ بِالْهُدَىٰ وَدِينِ الْحَقِّ لِيُظْهِرَهُ عَلَى الدِّينِ كُلِّهِ وَلَوْ كَرِهَ الْمُشْرِكُونَ
তেৱেঁই সেই সত্ত্বা যিজনে তেওঁৰ ৰাছুলক হিদায়ত আৰু সত্য দ্বীনসহ প্ৰেৰণ কৰিছে, যাতে তেওঁ ইয়াক সকলো দ্বীনৰ ওপৰত জয়যুক্ত কৰে, যদিও মুশ্বৰিকসকলে সেয়া অপছন্দ কৰে।
৯:৩৪
۞ يَا أَيُّهَا الَّذِينَ آمَنُوا إِنَّ كَثِيرًا مِنَ الْأَحْبَارِ وَالرُّهْبَانِ لَيَأْكُلُونَ أَمْوَالَ النَّاسِ بِالْبَاطِلِ وَيَصُدُّونَ عَنْ سَبِيلِ اللَّهِ ۗ وَالَّذِينَ يَكْنِزُونَ الذَّهَبَ وَالْفِضَّةَ وَلَا يُنْفِقُونَهَا فِي سَبِيلِ اللَّهِ فَبَشِّرْهُمْ بِعَذَابٍ أَلِيمٍ
হে ঈমান্দাৰসকল! পণ্ডিত আৰু সংসাৰ-বিৰাগীসকলৰ মাজত বহুতেই জনসাধাৰণৰ ধন-সম্পদ অন্যায়ভাৱে ভক্ষণ কৰে আৰু মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰে। আৰু যিসকলে সোণ-ৰূপ সঞ্চয় কৰে আৰু সেয়া আল্লাহৰ পথত ব্যয় নকৰে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া।
.
১৩:২০-২৪
الَّذِينَ يُوفُونَ بِعَهْدِ اللَّهِ وَلَا يَنْقُضُونَ الْمِيثَاقَ
যিসকলে আল্লাহৰ লগত কৰা অঙ্গীকাৰ পূৰ্ণ কৰে আৰু প্ৰতিজ্ঞা ভঙ্গ নকৰে,
১৩:২১
وَالَّذِينَ يَصِلُونَ مَا أَمَرَ اللَّهُ بِهِ أَنْ يُوصَلَ وَيَخْشَوْنَ رَبَّهُمْ وَيَخَافُونَ سُوءَ الْحِسَابِ
আৰু আল্লাহে যি 💮সম্পৰ্ক অটুট ৰাখিবলৈ আদেশ কৰিছে যিসকলে সেয়া অটুট ৰাখে, আৰু নিজ প্ৰতিপালকক ভয় কৰে আৰু ভয় কৰে কঠোৰ হিচাবক,
.
১৩:২২
وَالَّذِينَ صَبَرُوا ابْتِغَاءَ وَجْهِ رَبِّهِمْ وَأَقَامُوا الصَّلَاةَ وَأَنْفَقُوا مِمَّا رَزَقْنَاهُمْ سِرًّا وَعَلَانِيَةً وَيَدْرَءُونَ بِالْحَسَنَةِ السَّيِّئَةَ أُولَٰئِكَ لَهُمْ عُقْبَى الدَّارِ
আৰু যিসকলে নিজ প্ৰতিপালকৰ সন্তুষ্টি লাভৰ বাবে ধৈৰ্য ধাৰণ কৰে আৰু চালাত কায়েম কৰে, আৰু আমি তেওঁলোকক যি জীৱনোপকৰণ দিছো তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰে লগতে ভাল কৰ্মৰ দ্বাৰা বেয়া কৰ্মক প্ৰতিহত কৰে, তেওঁলোকৰ বাবেই আছে আখিৰাতৰ শুভ পৰিণাম।
.
১৩:২৩
جَنَّاتُ عَدْنٍ يَدْخُلُونَهَا وَمَنْ صَلَحَ مِنْ آبَائِهِمْ وَأَزْوَاجِهِمْ وَذُرِّيَّاتِهِمْ ۖ وَالْمَلَائِكَةُ يَدْخُلُونَ عَلَيْهِمْ مِنْ كُلِّ بَابٍ
স্থায়ী জান্নাতসমূহ, তাত তেওঁলোকে প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী লগতে সন্তান-সন্ততিসকলৰ মাজত যিসকলে সৎকৰ্ম কৰিছে তেওঁলোকেও (প্ৰৱেশ কৰিব)। আৰু ফিৰিস্তাসকল তেওঁলোকৰ ওচৰত উপস্থিত হ’ব প্ৰত্যেক দুৱাৰেৰে,
.
১৩:২৪
سَلَامٌ عَلَيْكُمْ بِمَا صَبَرْتُمْ ۚ فَنِعْمَ عُقْبَى الدَّارِ
আৰু আহি ক’ব, ‘শান্তি তোমালোকৰ ওপৰত, কাৰণ তোমালোকে ধৈৰ্য ধাৰণ কৰিছিলা, আখিৰাতৰ এই পৰিণাম কিমান যে উত্তম’!
(💮This refers to all ties arising from human relationships- e.g., the bonds of family, responsibility for orphans and the poor, the mutual rights and duties of neighbours -as well as the spiritual and practical bonds which ought to exist between all who belong to the brotherhood of Islam (8:75 ). In its widest sense, the phrase "what God has bidden to be joined" applies to the spiritual obligation, on the part of man, to remain conscious of the unity of purpose underlying all of God's creation, and hence - man's moral duty to treat all living beings with love and compassion).
।।।।।।
⚪২:২৮
كَيْفَ تَكْفُرُونَ بِاللَّهِ وَكُنْتُمْ أَمْوَاتًا فَأَحْيَاكُمْ ۖ ثُمَّ يُمِيتُكُمْ ثُمَّ يُحْيِيكُمْ ثُمَّ إِلَيْهِ تُرْجَعُونَ
তোমালোকে কেনেকৈ আল্লাহৰ লগত কুফৰী কৰা? অথচ তোমালোক আছিলা প্ৰাণহীন। তাৰ পিছত তেৱেঁই তোমালোকক জীৱিত কৰিছে, আকৌ তেৱেঁই তোমালোকৰ মৃত্যু ঘটাব, তাৰ পিছত পুনৰ জীৱিত কৰিব  আৰু তাৰ পিছত তোমালোকক তেওঁৰ ওচৰলৈ ওভোতাই নিয়া হ’ব।
.
2:28 How can you disbelieve in GOD when you were dead and He gave you life, then He puts you to death, then He brings you back to life, then to Him you ultimately return?,

Note
The righteous do not really die; they go straight to Heaven. When their interim on this earth comes to an end, the angels of death simply invitethem to go to the same Paradise where Adam and Eve once lived (2:1543:16922:5816:3236:2044:56
89:27). Thus, while the righteousexperience only the first death following our original sin, the unrighteous go through two deaths (40:11).At the timeof death, the disbelievers know their miserable fate (8:5047:27), thenthey suffer a continuous nightmare that lasts until Hell is created.
( Two lives and deaths 37:5840:11
44:5676:1)
।।।।।
🟠২:২৯
هُوَ الَّذِي خَلَقَ لَكُمْ مَا فِي الْأَرْضِ جَمِيعًا ثُمَّ اسْتَوَىٰ إِلَى السَّمَاءِ فَسَوَّاهُنَّ سَبْعَ سَمَاوَاتٍ ۚ وَهُوَ بِكُلِّ شَيْءٍ عَلِيمٌ
তেৱেঁই পৃথিৱীৰ সকলো বস্তু তোমালোকৰ বাবেই সৃষ্টি কৰিছে । তাৰ পিছত তেওঁ আকাশৰ পিনে মনোনিবেশ কৰি তাক সাতখন আকাশত বিন্যস্ত কৰিছে;  আৰু তেওঁ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত।
.
2:29 He is the One Who has created for you whatever is on earth – all of it. And He has applied His Design to the sky and fashioned it in several ascending heights. He is the Supreme Knower of what all things are destined to be.22


Note 22
The subject of seven ascending heights is still under scientific investigation, but many astrophysicists already believe in it. 11:753:3157:1. Saba' indicates seven or several. Thinking of the earth’s atmosphere, it contains seven layers: The Troposphere, Stratosphere, Ozone Layer, Mesosphere, Thermosphere, Ionosphere and the Exosphere. This has been only discovered in the last century. The Qur’an repeatedly emphasizes the importance of scientific observation and intellectual inquiry. 3:1917:18517:3688:17

।।।।।।
compiled.syedraf.
।।।।।।

Comments

Popular posts from this blog

2:27notesverses

2:6-Note

2:34