Part-621-template sub 4:150-151"Obey Allah and obey the Messenger"- One Identity regarding Message not entity)

Part-621-template sub 4:150-151
"Obey Allah and obey the Messenger"- One Identity regarding Message not entity)
।।।
➡️(অনুগ্ৰহ কৰি ৬২১ নং খণ্ডৰ ভিডিঅ'টো চাব⚡। কাৰণ, ৩০/৪০মি:ৰ ভিডিঅ' এটাত সকলো কথা সামৰি ল'ব নোৱাৰি বা বহু দীঘলীয়া এটা লিখনিয়ে মূৰ কামূৰণী হোৱাটো স্বাভাৱিক। গতিকে বুজাৰ আগ্ৰহ থাকিলে লিখনি চাই ভিডিঅ'টো চালে বহুকথা বোধগম্য হ'ব। 
আমি প্ৰায় দুবছৰ ধাৰাবাহিক ভাৱে কোৰআনৰ লগত ওতঃপ্ৰোত ভাৱে জৰীতহৈ কোৰআনৰ প্ৰায় ৯৫% অতিক্ৰম কৰাৰ পাছত দৃঢ় ভাৱ হৈছেযে, প্ৰত্যেকেই কোৰআন বুজিবই লাগিব। নহলে মৰাৰ পাছত বিপদ অনিবাৰ্য!)
।।।
৪:🅰️১৫০-🅱️১৫১
.
🅰️৪:১৫০
إِنَّ الَّذِينَ يَكْفُرُونَ بِاللَّهِ وَرُسُلِهِ وَيُرِيدُونَ أَنْ يُفَرِّقُوا بَيْنَ اللَّهِ وَرُسُلِهِ وَيَقُولُونَ نُؤْمِنُ بِبَعْضٍ وَنَكْفُرُ بِبَعْضٍ وَيُرِيدُونَ أَنْ يَتَّخِذُوا بَيْنَ ذَٰلِكَ سَبِيلًا
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফৰী কৰে লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ মাজত পাৰ্থক্য কৰিব বিচাৰে আৰু সিহঁতে কয়, ‘আমি কিছুমানৰ ওপৰত ঈমান আনো আৰু কিছুমানৰ লগত কুফৰী কৰো’; আৰু সিহঁতে ইয়াৰ মধ্যৱৰ্তী এটা পথ অৱলম্বন কৰিব বিচাৰে।
.
Analysis:
✍️Messengers Do Not Follow Different Teachings than the Teaching of God
✔️4:150 Those who rejected God and His messengers, and they want to make a distinction between God and His messengers, and they say, "We acknowledge some and reject some!", and they desire to take a path in-between.

Note:
Those who claim that God is represented by the Quran, and the messenger is represented by hadith hearsay collection are warned. See 9:1.(edip).
(৯:১
بَرَاءَةٌ مِنَ اللَّهِ وَرَسُولِهِ إِلَى الَّذِينَ عَاهَدْتُمْ مِنَ الْمُشْرِكِينَ
এইটো আল্লাহ আৰু তেওঁৰ ৰাছুলৰ তৰফৰ পৰা সম্পৰ্কচ্ছেদৰ ঘোষণা, সেইসকল মুশ্বৰিকৰ প্ৰতি যিসকলৰ লগত তোমালোকে পাৰস্পৰিক চুক্তিত আৱদ্ধ হৈছিলা।
Note:

✔️(Pl Press the link for 9:1 analysis:
.
✍️4:150 Those who deny God and His Messengers, and seek to make distinction between God and His Messengers, and say, “We believe in some and reject some.” And they wish to follow a path in between.

Note:
The first part of the verse refers to those who believe in God as the Creator, but not as the Law-Giver 29:61(sa).
(২৯:৬১
وَلَئِنْ سَأَلْتَهُمْ مَنْ خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ وَسَخَّرَ الشَّمْسَ وَالْقَمَرَ لَيَقُولُنَّ اللَّهُ ۖ فَأَنَّىٰ يُؤْفَكُونَ
আৰু যদি তুমি সিহঁতক সোধা, ‘আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে আৰু কোনে চন্দ্ৰ-সূৰ্যক নিয়ন্ত্ৰিত কৰিছে’? সিহঁতে অৱশ্যে ক’ব ‘আল্লাহ’। তেনেহ’লে সিহঁতক ক’লৈ ওভোতাই নিয়া হৈছে!)
._____________________
🅱️৪:১৫১
أُولَٰئِكَ هُمُ الْكَافِرُونَ🏺 حَقًّا ۚ وَأَعْتَدْنَا لِلْكَافِرِينَ عَذَابًا مُهِينًا
ইহঁতেই প্ৰকৃত কাফিৰ; আৰু আমি কাফিৰসকলৰ🏺 বাবে লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।
(🏺আলাদ্বিনা-কাফাৰু(কুফৰ কৰা) আৰু "আল-কাফিৰুন"কোনসকল?:
.
syedraf 

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.