Riba/usury 2:275
২:২৭৫(Usury Prohibited). الَّذِينَ يَأْكُلُونَ الرِّبَا لَا يَقُومُونَ إِلَّا كَمَا يَقُومُ الَّذِي يَتَخَبَّطُهُ الشَّيْطَانُ مِنَ الْمَسِّ ۚ ذَٰلِكَ بِأَنَّهُمْ قَالُوا إِنَّمَا الْبَيْعُ مِثْلُ الرِّبَا ۗ وَأَحَلَّ اللَّهُ الْبَيْعَ وَحَرَّمَ الرِّبَا ۚ فَمَنْ جَاءَهُ مَوْعِظَةٌ مِنْ رَبِّهِ فَانْتَهَىٰ فَلَهُ مَا سَلَفَ وَأَمْرُهُ إِلَى اللَّهِ ۖ وَمَنْ عَادَ فَأُولَٰئِكَ أَصْحَابُ النَّارِ ۖ هُمْ فِيهَا خَالِدُونَ যিসকলে সুত🍁 খায়, সিহঁতে সেই ব্যক্তিৰ দৰে (কবৰৰ পৰা) উঠিব, যাক চয়তানে স্পৰ্শ কৰি বলিয়া বনায়। এইটো এইবাবে যে, সিহঁতে কয়, ব্যৱসায়-বানিজ্য সুতৰ দৰেই। অথচ আল্লাহে ব্যৱসায়.-বানিজ্যক হালাল কৰিছে আৰু সুতক হাৰাম কৰিছে। এতেকে যাৰ ওচৰত তেওঁৰ প্ৰতিপালকৰ পৰা উপদেশ অহাৰ পিছত বিৰত হৈছে, তেন্তে অতীতত যি হৈছে সেয়া তাৰ বাবেই ইচ্ছাধীন; আৰু তাৰ হিচাপ নিকাচ আল্লাহৰ ওচৰত; আৰু যিসকলে অমান্য কৰি উভতি যাব সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ’ব। (🍁ইয়াত ৰিবা-ক ভুলকৈ সুত বুলি লিখিছে। আমি অসমীয়া অনুবাদত হাত দিয়া নাই-তলৰ নোট-২ চাওঁক)।(Usury আৰু Interest ৰ clear concept ৰ বাবে আ...