3:144 Note
৩:১৪৪(Muhammed Was No Different). وَمَا مُحَمَّدٌ إِلَّا رَسُولٌ قَدْ خَلَتْ مِنْ قَبْلِهِ الرُّسُلُ ۚ أَفَإِنْ مَاتَ أَوْ قُتِلَ انْقَلَبْتُمْ عَلَىٰ أَعْقَابِكُمْ ۚ وَمَنْ يَنْقَلِبْ عَلَىٰ عَقِبَيْهِ فَلَنْ يَضُرَّ اللَّهَ شَيْئًا ۗ وَسَيَجْزِي اللَّهُ الشَّاكِرِينَ আৰু মুহাম্মদ কেৱল এজন ৰাছুল; তেওঁৰ আগত বহুতো ৰাছুল অতীত হৈছে। এতেকে যদি তেওঁ মৃত্যুবৰণ কৰে অথবা নিহত হয় তেন্তে তোমালোকে পৃষ্ঠপ্ৰদৰ্শন কৰিবা নেকি? আৰু যিয়ে পৃষ্ঠ প্ৰদৰ্শন কৰিব সি কেতিয়াও আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰিব; আৰু আল্লাহে অনতিপলমে কৃতজ্ঞসকলক পুৰস্কৃত কৰিব। . [3:144] And (Wa) Mohammed (📍33:40) (Muhammadun) is only (Maa illa) a messenger (Rasuulun) before whom (Min Qab'li-hi) messengers (Er'Rusulu) had already (Qad') passed (Khalat'). So if (A-fa”iin) he should die (Maata) or (Aw') get killed (Qutila), would you turn back (Enqalab'tum') on (Ålaa) your heels (A'qaabi- kum')? And (Wa) whosoever (Man) turns back (Yanqalib') on (Ålaa) his heels (Åqibai'hi), then (Fa) he w...