v/n14:31(spend [in God's way], secretly and openly, ere there come a Day when there will be no bargaining)
v/n14:31 ১৪:৩১ قُلْ لِعِبَادِيَ الَّذِينَ آمَنُوا يُقِيمُوا الصَّلَاةَ وَيُنْفِقُوا مِمَّا رَزَقْنَاهُمْ سِرًّا وَعَلَانِيَةً مِنْ قَبْلِ أَنْ يَأْتِيَ يَوْمٌ لَا بَيْعٌ فِيهِ وَلَا خِلَالٌ মোৰ বান্দাসকলৰ মাজত যিসকলে ঈমান আনিছে তেওঁলোকক তুমি কোৱা, ‘চালাত কায়েম কৰিবলৈ আৰু মই তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰিবলৈ(*)—সেই দিন অহাৰ পূৰ্বেই যিদিনা কোনো ক্ৰয়-বিক্ৰয় নাথাকিব আৰু কোনো বন্ধুত্বও নাথাকিব’(**)। . 14:31 [And] tell [those of] My servants who have attained to faith that they should be constant in prayer and spend [in Our way], secretly and openly, out of what We provide for them as sustenance,(*) ere there come a Day when there will be no bargaining, and no mutual befriending(**)(as). Note* See surah 2:3. ২:৩ الَّذِينَ يُؤْمِنُونَ بِالْغَيْبِ وَيُقِيمُونَ الصَّلَاةَ وَمِمَّا رَزَقْنَاهُمْ يُنْفِقُونَ যিসকলে গায়েবৰ প্ৰতি ঈমান পোষণ কৰে, চালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি প্ৰদান কৰিছোঁ তাৰ পৰা ব্যয় কৰে । Note** Cf. 2:254. . ...