Posts

Showing posts with the label ref11:97

ref11:97

ref11:97 . 73:16, 79:21-26 . ৭৩:১৬ فَعَصَىٰ فِرْعَوْنُ الرَّسُولَ فَأَخَذْنَاهُ أَخْذًا وَبِيلًا কিন্তু ফিৰআউনে ৰাছুলক অমান্য কৰিছে, সেয়ে আমি তাক শাস্তি বিহিছো। . ৭৯:২১ فَكَذَّبَ وَعَصَىٰ কিন্তু সি অস্বীকাৰ কৰিলে আৰু অমান্য কৰিলে। ৭৯:২২ ثُمَّ أَدْبَرَ يَسْعَىٰ তাৰ পিছত সি পিছফালে উভতি প্ৰতিবিধানত সচেষ্ট হ’ল। ৭৯:২৩ فَحَشَرَ فَنَادَىٰ তাৰ পিছত সকলোকে একত্ৰিত কৰি ঘোষণা কৰিলে, ৭৯:২৪ فَقَالَ أَنَا رَبُّكُمُ الْأَعْلَىٰ আৰু ক’লে, ‘ময়ে তোমালোকৰ সৰ্বোচ্চ প্ৰতিপালক’। ৭৯:২৫ فَأَخَذَهُ اللَّهُ نَكَالَ الْآخِرَةِ وَالْأُولَىٰ অৱশেষত আল্লাহে তাক আখিৰাত আৰু পৃথিৱীৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে। ৭৯:২৬ إِنَّ فِي ذَٰلِكَ لَعِبْرَةً لِمَنْ يَخْشَىٰ নিশ্চয় যিয়ে ভয় কৰে তাৰবাবে ইয়াত শিক্ষা আছে। .....co.syedraf.....