Posts

Showing posts with the label 58:2-ref-33:4

58:2-ref-33:4

58:2-ref-33:4 . ✍️ref:33:4=you declare unlawful =tuẓāhirūna=تُظَاهِرُونَ=ظ ه ر . ৩৩:৪ مَا جَعَلَ اللَّهُ لِرَجُلٍ مِنْ قَلْبَيْنِ فِي جَوْفِهِ ۚ وَمَا جَعَلَ أَزْوَاجَكُمُ اللَّائِي تُظَاهِرُونَ مِنْهُنَّ أُمَّهَاتِكُمْ ۚ وَمَا جَعَلَ أَدْعِيَاءَكُمْ أَبْنَاءَكُمْ ۚ ذَٰلِكُمْ قَوْلُكُمْ بِأَفْوَاهِكُمْ ۖ وَاللَّهُ يَقُولُ الْحَقَّ وَهُوَ يَهْدِي السَّبِيلَ আল্লাহে কোনো মানুহৰেই অভ্যন্তৰত দুখন হৃদয় সৃষ্টি কৰা নাই। তোমালোকৰ স্ত্ৰীসকলৰ মাজত যিবিলাকৰ লগত তোমালোকে যিহাৰ(declare unlawful,eg=🐞the action of making an emotional-এনেকুৱা কথা কোৱা যাৰ দ্বাৰা স্ত্ৰীয়ে অন্তৰত আঘাট পায়) কৰা, তেওঁ সিহঁতক তোমালোকৰ মাতৃ কৰি দিয়া নাই আৰু তোমালোকৰ তোলনীয়া পুত্ৰ বিলাককো তেওঁ তোমালোকৰ প্ৰকৃত পুত্ৰ কৰি দিয়া নাই। এইবোৰ তোমালোকৰ মুখৰ কথাহে। আল্লাহে কেৱল সত্য কথাই কয় আৰু তেৱেঁই সৰল পথৰ নিৰ্দেশ কৰে। (এনে পৰ্যায় পাইগৈ যে আল্লাহৰ ওচৰত গোচৰ দিবলৈ বাধ্য কৰায়।কাৰণ আল্লাহে দেখে আৰু শুনে-৫৮:১-৪ চাওঁক ⬇️ (🐞المستجدة Mujaadalah Pleading=the action of making an emotional or earnest appeal to someone. eg:"he igno...