Posts

Showing posts with the label অশ্লীল কাৰ্যকলাপ

৫৩:৩২: (১)ডাঙৰ -পাপ,২)সৰু-পাপ,৩)অশ্লীল কাৰ্যকলাপ,৪)জাকা আৰু জাকাত, ৫)তাক্কৱা আৰু মুত্তাক্কুনৰ কোৰআনি সূত্ৰ

৫৩:৩২: (১)ডাঙৰ -পাপ,২)সৰু-পাপ,৩)অশ্লীল কাৰ্যকলাপ,৪)জাকা আৰু জাকাত, ৫)তাক্কৱা আৰু মুত্তাক্কুনৰ কোৰআনি সূত্ৰ ।।। ১)-ithm/ডাঙৰ পাপ, ২)-lamam/সৰু পাপ ৩)-fāḥishat, faḥshā’/অশ্লীল/যৌন কাৰ্যকলাপ ৪)-Purity/zakkā and Purification/Zakaat ৫)-Taqwa/Muttaqun  ।।। ৫৩:৩২ الَّذِينَ يَجْتَنِبُونَ كَبَائِرَ الْإِثْمِ وَالْفَوَاحِشَ إِلَّا اللَّمَمَ ۚ إِنَّ رَبَّكَ وَاسِعُ الْمَغْفِرَةِ ۚ هُوَ أَعْلَمُ بِكُمْ إِذْ أَنْشَأَكُمْ مِنَ الْأَرْضِ وَإِذْ أَنْتُمْ أَجِنَّةٌ فِي بُطُونِ أُمَّهَاتِكُمْ ۖ فَلَا تُزَكُّوا أَنْفُسَكُمْ ۖ هُوَ أَعْلَمُ بِمَنِ اتَّقَىٰ যিসকলে সৰু-সুৰা দোষ-ত্ৰুটিৰ বাহিৰে ডাঙৰ ডাঙৰ পাপ-1 আৰু অশ্লীল কাৰ্যকলাপৰ(যৌন অনৈতিকতা)-2 পৰা বিৰত থাকে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ ক্ষমা অপৰিসীম; তেওঁ তোমালোকৰ বিষয়ে সম্যক অৱগত—(স্মৰণ কৰা) যেতিয়া তেওঁ তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছিল আৰু যেতিয়া তোমালোকে মাতৃগৰ্ভত ভ্ৰূণৰূপে আছিলা। এতেকে তোমালোকে আত্মপ্ৰশংসা নকৰিবা, কোনে তাক্বৱা অৱলম্বন কৰিছে সেই বিষয়ে তেৱেঁই সম্যক অৱগত। ⬇️ 53:32 Those who avoid the enormities of sin1 and sexual immoralities2 save slight...