Posts

Showing posts with the label ঈমান মুত্তাক্বী কি?

ref16:30:সৎকৰ্ম, ঈমান মুত্তাক্বী কি?

ref16:30:সৎকৰ্ম, ঈমান মুত্তাক্বী কি? . সৎকৰ্ম, ঈমান মুত্তাক্বী কি? ১৬:৩০ ۞ وَقِيلَ لِلَّذِينَ اتَّقَوْا مَاذَا أَنْزَلَ رَبُّكُمْ ۚ قَالُوا خَيْرًا ۗ لِلَّذِينَ أَحْسَنُوا فِي هَٰذِهِ الدُّنْيَا حَسَنَةٌ ۚ وَلَدَارُ الْآخِرَةِ خَيْرٌ ۚ وَلَنِعْمَ دَارُ الْمُتَّقِينَ আৰু যিসকলে তাক্বৱা অৱলম্বন কৰিছিল তেওঁলোকক কোৱা হ’ল, ‘তোমালোকৰ প্ৰতিপালকে কি অৱতীৰ্ণ কৰিছে’? তেওঁলোকে ক’লে, ‘মহাকল্যাণ’। যিসকলে সৎকৰ্ম✔️ কৰে তেওঁলোকৰ বাবে আছে এই পৃথিৱীত মঙ্গল আৰু আখিৰাতৰ আবাস ইয়াতকৈয়ও উৎকৃষ্ট; আৰু মুত্তাক্বীসকলৰ🎵 আবাসস্থল কিমান যে উৎকৃষ্ট! (সৎকৰ্ম: ✔️Pl see the link: https://muktabulraf.blogspot.com/2021/12/agood-doers-with-bdo-dont-in-quran-2885.html?m=1 ). . (মুত্তাক্বীসকল:🎵 see link: https://muktabulraf.blogspot.com/2021/12/fear-ellah-muttaqi-sl24-25.html?m=1 ) ।।।। ১৬:৯৭ مَنْ عَمِلَ صَالِحًا مِنْ ذَكَرٍ أَوْ أُنْثَىٰ وَهُوَ مُؤْمِنٌ فَلَنُحْيِيَنَّهُ حَيَاةً طَيِّبَةً ۖ وَلَنَجْزِيَنَّهُمْ أَجْرَهُمْ بِأَحْسَنِ مَا كَانُوا يَعْمَلُونَ ঈমানৰ অৱস্থাত পুৰুষে হওঁক বা নাৰী, যিয়েই সৎকৰ্ম কৰিব, অৱশ্যে আমি ত...