৪২:২৩-ইৰাণ, ইৰাক আৰু অন্যান্য দেশসমূহৰ বহু মানুহহে দাবী কৰে যে তেওঁলোক হজৰত মহম্মদ (চৈয়দ বা শ্বৰীফ)ৰ বংশধৰ
42:23 Such is the good news from God to His servants who acknowledge and promote reforms. Say, "I do not ask you for any wage, except that you show compassion to your relatives." Whosoever earns a good deed, We shall increase it for him in goodness. Surely, God is Forgiving, Appreciative. . ৪২:২৩ ذَٰلِكَ الَّذِي يُبَشِّرُ اللَّهُ عِبَادَهُ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ ۗ قُلْ لَا أَسْأَلُكُمْ عَلَيْهِ أَجْرًا إِلَّا الْمَوَدَّةَ فِي الْقُرْبَىٰ ۗ وَمَنْ يَقْتَرِفْ حَسَنَةً نَزِدْ لَهُ فِيهَا حُسْنًا ۚ إِنَّ اللَّهَ غَفُورٌ شَكُورٌ এইটোৱেই সেই সুসংবাদ, যিটো আল্লাহে তেওঁৰ বান্দাসকলক দিছে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। কোৱা, ‘মই ইয়াৰ বিনিময়ত তোমালোকৰ পৰা কেৱল আত্মীয়তাৰ সৌহাৰ্দ্যৰ বাহিৰে আন একো প্ৰতিদান নিবিচাৰো’। যিয়ে উত্তম কাম কৰে আমি তাৰ বাবে ইয়াত কল্যাণ বৃদ্ধি কৰি দিওঁ। নিশ্চয় আল্লাহ অত্যন্ত ক্ষমাশীল, গুণগ্ৰাহী। (Fil Qurba = The near ones in human bond = Family, friends, neighbors, co-workers, employees. It does not mean relatives only, or the family of the...