34:43(āyāt,ṣadda,alladhīna kafarū,al ḥaqq,siḥr — sorcery/যাদু)-sam.
34:43(āyāt,ṣadda,alladhīna kafarū,al ḥaqq,siḥr — sorcery/যাদু)-sam. ... ৩৪:৪৩ وَإِذَا تُتْلَىٰ عَلَيْهِمْ آيَاتُنَا بَيِّنَاتٍ قَالُوا مَا هَٰذَا إِلَّا رَجُلٌ يُرِيدُ أَنْ يَصُدَّكُمْ عَمَّا كَانَ يَعْبُدُ آبَاؤُكُمْ وَقَالُوا مَا هَٰذَا إِلَّا إِفْكٌ مُفْتَرًى ۚ وَقَالَ ⬅️*3الَّذِينَ كَفَرُوا لِلْحَقِّ لَمَّا جَاءَهُمْ إِنْ هَٰذَا إِلَّا سِحْرٌ مُبِينٌ আৰু সিহঁতৰ ওচৰত যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ*1 তিলাৱত কৰা হয়, তেতিয়া সিহঁতে কয়, ‘এওঁ এজন এনেকুৱা ব্যক্তি যিয়ে তোমালোকৰ পূৰ্বপুৰুষে যাৰ উপাসনা কৰিছিল তাৰ পৰা*2 তোমালোকক বাধা দিব বিচাৰে’। সিহঁতে আৰু কয়, ‘এইটো মিছা উদ্ভাৱনৰ বাহিৰে আন একো নহয়’। কাফিৰসকলৰ*3⬅️ ওচৰত যেতিয়া সত্য*4 আহে তেতিয়া সিহঁতে কয়, ‘এইটো এটা সুস্পষ্ট যাদুহে’*5। . 43 And when Our proofs1 are recited to them as clear signs, they say: “This is only a man who wishes to turn you away from2 what your fathers served”; and they say: “This is only an invented falsehood.” And those who ignore warning3 ⬅️say of the truth4 when it has come to them: “This is only obvious sorcery.”5 1-...