Posts

Showing posts with the label 27:9-refs:

27:9-refs:

27:9-refs: 7:108; 20:17-22; 26:32-33, 20:15. . ৭:১০৮ وَنَزَعَ يَدَهُ فَإِذَا هِيَ بَيْضَاءُ لِلنَّاظِرِينَ আৰু তেওঁ নিজৰ হাত বাহিৰলৈ উলিয়াই আনিলে আৰু লগে লগে সেয়া দৰ্শকৰ ওচৰত শুভ্ৰ উজ্জ্বল দৃষ্টিপাত হ’ল। (Pl find the verse/notes 7:108:link: [152-fb- https://bit.ly/3AFSSQK (7:101-122)] . ২০:১৭-২২( link: https://bit.ly/3BcKzxs ). وَمَا تِلْكَ بِيَمِينِكَ يَا مُوسَىٰ ‘আৰু হে মুছা! তোমাৰ সোঁহাতত সেইডাল কি’? ২০:১৮ قَالَ هِيَ عَصَايَ أَتَوَكَّأُ عَلَيْهَا وَأَهُشُّ بِهَا عَلَىٰ غَنَمِي وَلِيَ فِيهَا مَآرِبُ أُخْرَىٰ তেওঁ ক’লে, ‘এইডাল মোৰ লাখুটি, ইয়াৰ ওপৰত মই ভৰ দিওঁ, আৰু ইয়াৰ দ্বাৰা মই মোৰ ছাগলীবোৰৰ বাবে গছৰ পাত সৰাওঁ লগতে এইডাল মোৰ অন্যান্য কামতো আহে’। ২০:১৯ قَالَ أَلْقِهَا يَا مُوسَىٰ আল্লাহে ক’লে, ‘হে মুছা! তুমি এইডাল (মাটিত) নিক্ষেপ কৰাচোন’। ২০:২০ فَأَلْقَاهَا فَإِذَا هِيَ حَيَّةٌ تَسْعَىٰ তাৰ পিছত তেওঁ সেইডাল নিক্ষেপ কৰিলে, লগে লগে সেইডাল এটা সাপ হৈ দৌৰিব ধৰিলে, ২০:২১ قَالَ خُذْهَا وَلَا تَخَفْ ۖ سَنُعِيدُهَا سِيرَتَهَا الْأُولَىٰ আল্লাহে ক’লে, ‘তুমি ইয়াক ধৰা, ভয় নকৰিবা, আমি ইয়াক ইয়াৰ আ...