Posts

Showing posts with the label ৫১:৫০-৫১("মই এজন স্পষ্ট সতৰ্ককাৰী" কথাবোৰ আল্লাহৰ

৫১:৫০-৫১("মই এজন স্পষ্ট সতৰ্ককাৰী" কথাবোৰ আল্লাহৰ, মহম্মদৰ নহয়)

৫১:৫০-৫১("মই এজন স্পষ্ট সতৰ্ককাৰী" কথাবোৰ আল্লাহৰ, মহম্মদৰ নহয়) ।।। ৫১:৫০-৫১(কোৰআনত ৰছুলক কবলৈ কোৱা-"মই এজন স্পষ্ট সতৰ্ককাৰী" কথাবোৰ আল্লাহৰ, তেওঁৰ নিজৰ নহয়) . ৫১:৫০-৫১ فَفِرُّوا إِلَى اللَّهِ ۖ إِنِّي لَكُمْ مِنْهُ نَذِيرٌ مُبِينٌ এতেকে তোমালোকে আল্লাহৰ ফালে ধাৱিত হোৱা, নিশ্চয় মই কেৱল তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰী। ৫১:৫১ وَلَا تَجْعَلُوا مَعَ اللَّهِ إِلَٰهًا آخَرَ ۖ إِنِّي لَكُمْ مِنْهُ نَذِيرٌ مُبِينٌ আৰু তোমালোকে আল্লাহৰ লগত আন কোনো ইলাহ নিৰ্ধাৰণ নকৰিবা; নিশ্চয় মই কেৱল তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰী। ।।। So flee to God. I am a clear warner from Him to you. And do not set up another god with God. I am a clear warner from Him to you. 51:50-51 (তলত গুগলৰ অনুবাদ আছে। গুগলত আল্লাহ শব্দটো ঈশ্বৰ বুলি অনুবাদ কৰে। চাই ল'ব) 1- We read many verses in the Quran in which God commands prophet Muhammad to say certain words to the people. They are all preceded by the word, "Say." 2- In contrast, we do not see the word "Say" in the above vers...