21:95-96[Dhu-l-qarnain and Gog and Magog (Verses 18:83–18:101)]
Dhu-l-qarnain and Gog and Magog (Verses 18:83–18:101). Part-279-মিনি সূচিঃPart-279(18:83-95)Al-Kahf ✔️আগ-কথাঃ(বুজাৰ বাবে এই খণ্ডৰ ভিডিঅ' চোৱাটো অত্যন্ত জৰুৰী) (Video: link: Part-279:video ) ইয়াত জুল-কাৰনাইনৰ গোটেই পৃথিৱীৰ তিনিটা বৃহৎ অভিযানৰ কথা বৰ্ণিত হৈছে। ১)১৮:৮৫-৮৬:(তেওঁ সূৰ্য অস্ত যোৱাৰ স্থানত উপস্থিত হ’ল) ২)১৮:৮৯-৯০(তেওঁ যেতিয়া সূৰ্যোদয়ৰ ঠাই পালে) ৩)১৮:৯২-৯৩(অৱশেষত তেওঁ যেতিয়া দুই পৰ্বতৰ মধ্যৱৰ্তী স্থলত উপনীত হ’ল☘️। এই অভিযানত ইয়া’জুজ আৰু মা’জুজক যি পৃথিৱীত অশান্তি সৃষ্টি কৰি আছিল সিহঁতক তেতিয়াৰ দিনতেই উন্নতমানৰ বৈজ্ঞানিক প্ৰযুক্তিবিদ্যাৰে আল্লাহে দিয়া জ্ঞানেৰে লোৰ টিন আৰু তামেৰে এখন দেৱালেৰে বন্দী কৰি ৰাখিলে।(☘️see sabbir note at 18:92). Read more: Link: https://muktabulraf.blogspot.com/2022/06/part-2791883-95.html?m=1 ।।। ১৮:৮৩-৮৪(The Leader of Two Generations) ১৮:৮৬(চকুৰে দেখাক, বেলি উদয় আৰূ অস্ত যোৱা বুলি কোৱা হয়,যিটো কোৰআনত ব্যৱহৃত হৈছে -টোকা চাব) ১৮:৮৫-৯৩(ওপৰৰ আগ-কথা চাওঁক) . 🟦280-মিনি সূচিঃPart-280(18:96-101)Al-Kahf (অনুগ্ৰহ কৰি আগৰ ২৭৯ খ...