23:86:Notes/refs(সপ্ত-আকাশ,আৰছ,পৃথিৱী-ছয়-দিনত-সৃষ্টি)
23:86:Notes/refs(সপ্ত-আকাশ,আৰছ,পৃথিৱী-ছয়-দিনত-সৃষ্টি) 🛑২৩:৮৬ قُلْ مَنْ رَبُّ السَّمَاوَاتِ السَّبْعِ وَرَبُّ الْعَرْشِ الْعَظِيمِ কোৱা, ‘সপ্ত আকাশ📍 আৰু মহা আৰছৰ ৰব কোন’? . ✍️২৩:১৭📍 وَلَقَدْ خَلَقْنَا فَوْقَكُمْ سَبْعَ طَرَائِقَ وَمَا كُنَّا عَنِ الْخَلْقِ غَافِلِينَ আৰু নিশ্চয় আমি তোমালোকৰ ওপৰত সৃষ্টি কৰিছো সাতোখন আকাশ📍 আৰু আমি সৃষ্টি সম্পৰ্কে কদাপিও উদাসীন নহয়, (📍Seven universe: Read excited Note:link: https://bit.ly/3d08ztI ) . ✍️Verse/Note: 23:86 Say: “Who is it that sustains the seven heavens and is enthroned in His awesome almightiness?" Note. Lit., "who is the Sustainer (rabb) of the seven heavens'' - see note 2:29 - ''and the Sustainer of the awesome throne of almightiness": cf. 9:129 as well as 7:54.(as). (২:২৯ هُوَ الَّذِي خَلَقَ لَكُمْ مَا فِي الْأَرْضِ جَمِيعًا ثُمَّ اسْتَوَىٰ إِلَى السَّمَاءِ فَسَوَّاهُنَّ سَبْعَ سَمَاوَاتٍ ۚ وَهُوَ بِكُلِّ شَيْءٍ عَلِيمٌ তেৱেঁই পৃথিৱীৰ সকলো বস্তু তোমালোকৰ বাবেই সৃষ্টি কৰিছে । তাৰ পিছত তেওঁ আকাশৰ পিনে মনো...