23:86:Notes/refs(সপ্ত-আকাশ,আৰছ,পৃথিৱী-ছয়-দিনত-সৃষ্টি)

23:86:Notes/refs(সপ্ত-আকাশ,আৰছ,পৃথিৱী-ছয়-দিনত-সৃষ্টি)
🛑২৩:৮৬
قُلْ مَنْ رَبُّ السَّمَاوَاتِ السَّبْعِ وَرَبُّ الْعَرْشِ الْعَظِيمِ
কোৱা, ‘সপ্ত আকাশ📍 আৰু মহা আৰছৰ ৰব কোন’?
.
✍️২৩:১৭📍

وَلَقَدْ خَلَقْنَا فَوْقَكُمْ سَبْعَ طَرَائِقَ وَمَا كُنَّا عَنِ الْخَلْقِ غَافِلِينَ

আৰু নিশ্চয় আমি তোমালোকৰ ওপৰত সৃষ্টি কৰিছো সাতোখন আকাশ📍 আৰু আমি সৃষ্টি সম্পৰ্কে কদাপিও উদাসীন নহয়,
(📍Seven universe: Read excited Note:link:
.
✍️Verse/Note:
23:86 Say: “Who is it that sustains the seven heavens and is enthroned in His awesome almightiness?"

Note.
Lit., "who is the Sustainer (rabb) of the seven heavens'' - see note 2:29 - ''and the Sustainer of the awesome throne of almightiness": cf. 9:129 as well as 7:54.(as).
(২:২৯
هُوَ الَّذِي خَلَقَ لَكُمْ مَا فِي الْأَرْضِ جَمِيعًا ثُمَّ اسْتَوَىٰ إِلَى السَّمَاءِ فَسَوَّاهُنَّ سَبْعَ سَمَاوَاتٍ ۚ وَهُوَ بِكُلِّ شَيْءٍ عَلِيمٌ
তেৱেঁই পৃথিৱীৰ সকলো বস্তু তোমালোকৰ বাবেই সৃষ্টি কৰিছে । তাৰ পিছত তেওঁ আকাশৰ পিনে মনোনিবেশ কৰি তাক সাতখন আকাশত বিন্যস্ত কৰিছে;  আৰু তেওঁ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত।
.
৯:১২৯
فَإِنْ تَوَلَّوْا فَقُلْ حَسْبِيَ اللَّهُ لَا إِلَٰهَ إِلَّا هُوَ ۖ عَلَيْهِ تَوَكَّلْتُ ۖ وَهُوَ رَبُّ الْعَرْشِ الْعَظِيمِ
এতেকে সিহঁতে যদি আঁতৰি যায় তেন্তে তুমি কোৱা, ‘মোৰ বাবে আল্লাহেই যথেষ্ট, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। মই তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰোঁ আৰু তেওঁ মহা আৰছৰ ৰব’।
.
৭:৫৪
إِنَّ رَبَّكُمُ اللَّهُ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ يُغْشِي اللَّيْلَ النَّهَارَ يَطْلُبُهُ حَثِيثًا وَالشَّمْسَ وَالْقَمَرَ وَالنُّجُومَ مُسَخَّرَاتٍ بِأَمْرِهِ ۗ أَلَا لَهُ الْخَلْقُ وَالْأَمْرُ ۗ تَبَارَكَ اللَّهُ رَبُّ الْعَالَمِينَ
নিশ্চয় তোমালোকৰ ৰব আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী ছয় দিনত🐬 সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেৱেঁই দিনক ৰাতিৰে আচ্ছন্ন কৰে। প্ৰত্যেকটোৱে এটাই আনটোক দ্ৰুতগতিত অনুসৰণ কৰে। সূৰ্য, চন্দ্ৰ আৰু নক্ষত্ৰসমূহ, যিবোৰ তেওঁৰ আদেশৰেই অনুগত। জানি থোৱা, সৃজন আৰু আদেশ কেৱল তেওঁৰেই। সৃষ্টিজগতৰ ৰব আল্লাহ কিমান বৰকতময়!
(🐬Note:ছয় দিনত:
10:3, 13:2. Six Stages or Eras: 7:54, 10:3, 
11:7, 25:59, 50:38, 57:4, See 41:10-sa).
.
✍️Verse/Note:
23:86.Then ask them, “Who is the Rabb of various celestial bodies (and whatever exists therein ~ 16:49; 42:29); and in whose hands does the supreme control of rabubiyyat of each and everything in the universe rest?”pz.
.....raf....

Comments

Popular posts from this blog

Note-36:66

War and Peace

Masjid al Haram: Understand what does it mean by the phrase Masjid al Haram as per Quran.